ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ সমীপৰ ধনশিৰিত একেদিনাই গাঞ্জা আৰু ব্ৰাউন চুগাৰ উদ্ধাৰ : চাৰিজন সৰবৰাহকাৰী আটক

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমলৈ অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ

ASSAM TIMES POST by ASSAM TIMES POST
March 11, 2022
Reading Time: 1 min read
A A
0
ডিফুৰ সমীপৰ ধনশিৰিত একেদিনাই গাঞ্জা আৰু ব্ৰাউন চুগাৰ উদ্ধাৰ : চাৰিজন সৰবৰাহকাৰী আটক

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অসমলৈ অব্যাহত আছে অবৈধ ড্ৰাগছৰ সৰবৰাহ ৷ অবৈধ ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰী সকলে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাবে ডিফু ধনশিৰি পথক নিৰাপদ পথ হিছাপে বাছি লৈছে ৷ কিন্তু ডিফু ধনশিৰি পথত সক্ষম হৈ থকা কাৰবি আংলং আৰক্ষীয়ে সৰবৰাহকাৰীৰ প্ৰতিটো প্ৰচেষ্টা সাহসিকতাৰে ব্যৰ্থ কৰি আহিছে ৷

বৃহস্পতিবাৰে পুৱা এক গোপন সূত্ৰৰ ভিত্তিত এখন যাত্ৰীবাহী অট’ৰিক্সাত দুজন বিহাৰী সম্প্ৰদায়ৰ লোক নিচাযুক্ত গাঞ্জা লৈ যোৱাৰ খবৰ লাভ কৰি ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগে সংগীয় ষ্টাফ সহ উক্ত অট’ৰিক্সাখনক অনুসৰণ কৰিবলৈ ধৰে৷

ইয়াৰ পূৰ্বে ধনশিৰি আৰক্ষীৰ তৰফৰ পৰা এই সন্দৰ্ভত অৱগত কৰি বনবিভাগৰ দলদলী গেটত নাকা বহুৱাবলৈ কোৱা হয় ৷ সেই মতে দলদলী গেটত গৃৃহৰক্ষী বাহিনীৰ জোৱান সকলে উক্ত অট’ৰিক্সা খনক ৰখাই দিয়ে ৷ পিছত পিছে পিছে আহি থকা ধনশিৰি আৰক্ষীয়ে অট’ৰিক্সাখনৰ দুজন বিহাৰী সম্প্ৰদায়ৰ লোকৰ পৰা বুজন পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

গাঞ্জাখিনিৰ ওজন ১৩’ কেজি ৪৬ গ্ৰাম ৷ গাঞ্জাখিনিৰ সৈতে আৰক্ষীয়ে হোজাই জিলাৰ লংকাৰ পাঞ্জাৱী বস্তিৰ মেনেজাৰ চাহানীৰ পুত্ৰ অশোক চাহানী( ৪২) আৰু একে গাঁৱৰ বিচন সিঙৰ পুত্ৰ মনেশ্বৰ সিঙ (৩৮)ক আটক কৰিবলৈ সক্ষম হয় ৷

আনহাতে গাঞ্জাখিনি উদ্ধাৰ কৰাৰ সময়তে দুপৰীয়াৰ ভাগত ধনশিৰি ৰেলৱে ক্ৰচিঙত নিয়মীয়া তালাচী স্থানত ধনশিৰি থানাৰ কৰ্তব্যৰত কণিষ্টবল বৰচিং বে’ই সন্দেহবশত আন এখন যাত্ৰীবাহী অট’ত তালাচী চলাই এহাল দম্পতিৰ পৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে দম্পত্তিহালৰ পৰা এটা প্লাষ্টিকৰ মোনাত কঢ়িয়াই অনা ১০ টা চাবোনৰ বাকচত সন্দেহযুক্ত প্ৰায় ১২০ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ উদ্ধ কৰিবলৈ সক্ষম হয় ৷

ব্ৰাউন চুগাৰখিনিৰ সৈতে আৰক্ষীয়ে নগাওঁ জিলাৰ ধিং থানা এলেকাৰ শালকাঠনি পথাৰৰ আবুল হাছেনৰ পুত্ৰ মোজাম্মিল হুছেইন (২২) আৰু তেওঁৰ পত্নী মুছলিমা খাতুন (২০) ক আটক কৰে ৷ প্ৰাথমিক জেৰাত সৰবৰাহকাৰী কেইটাই গাঞ্জাখিনি ডিমাপুৰৰ পৰা হোজাই জিলাৰ লংকালৈ আৰু ব্ৰাউন চুগাৰখিনি নগাওঁ জিলালৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল বুলি জনায় ৷

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকেইটাক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ড্ৰাগছ আৰু গাঞ্জাখিনি কাৰবি আংলং জিলা আৰক্ষী উপাধ্যক্ষ(সীমান্ত) জে আৰ মালাকাৰৰ উপস্থিতিত জব্দ কৰা হয়

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx