![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ হাতৰ পৰা দুই গুৰুত্বপূর্ণ চহৰ খাৰকিভ আৰু ডেৰহাচি উদ্ধাৰ কৰিলে ইউক্রেইনে। এই দাবী খাৰকিভৰ ৰিজিঅ’নেল মিলিটাৰী এডমিনিস্ত্ৰেচনৰ প্রধান অ’লে চিনেহুববৰ।
টেলিগ্রামতে তেওঁ লিখিছে, ‘ইউক্রেইনীয় সেনাই ডেৰাচিৰ পৰা ৰুছ সেনাসকলক খেদি নিজৰ দখললৈ নিছে।” তেওঁ আৰু জনাইছে, খাৰকিভো পুনৰুদ্ধাৰ কৰিছে ইউক্রেইন বাহিনীয়ে। সমগ্র খাৰকিভ আৰু ডেৰহাচি চহৰক ঘেৰি ৰাখিছিল ৰুছ সেনাই। সমানে চলিছিল গোলাবর্ষণ।
শত্রুপক্ষক প্ৰত্যাক্ৰমণ কৰি ধৰাশায়ী কৰে ছেড়েছে ইউক্রেনীয় সেনাই। প্রতিৰোধৰ সন্মুখীন হৈ অৱশেষত ৰুছ সেনা পিছুৱাই যোৱা বুলি দাবী চিনেহুববৰ।













