ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰত গৌৰৱ পখিলা ইংটিপী

ASSAM TIMES POST by ASSAM TIMES POST
July 11, 2019
Reading Time: 1 min read
A A
0
pokhila engtipi | ASSAM TIMES POST

ডিজিটেল ডেক্স, ASSAM TIMES POST: প্ৰতিভাৰে চহকী ৰাজ্য অসম৷ প্ৰতিটো ক্ষেত্ৰতে ৰাজ্যখনত প্ৰতিভা থকাটো ইতিমধ্যে প্ৰতিপন্ন হৈ অহিছে৷ আনহাতে অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত বহু প্ৰতিভা আছে যদিও প্ৰকৃতাৰ্থত পোহৰলৈ অহা নাই৷ তাৰ মাজতে পাহাৰীয়া জিলাখনৰ পৰা ওলাই আহি দেশক গৌৰাৱাম্বিত কৰা এগৰাকী ক্ৰীড়াবিদ হ’ল পখিলা ইংটিপী৷

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

কাৰ্বি আংলঙৰ সদৰ ডিফুৰ বাসিন্দা এইগৰাকী ক্ৰীড়াবিদে ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত মালয়েছিয়াত অনুষ্ঠিত এছিয়া পেচিফিক মাৰ্ষ্টাছ গেমছত সোণৰ পদৰ লাভ কৰি দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হয়৷ পখিলা ইংটিপীয়ে মালয়েছিয়াৰ পেনাঙত অনুষ্ঠিত প্ৰতিযোগিতাত ৫০০০ মিটাৰ খোজকঢ়া প্ৰতিযোগিতাত এটা সোণৰ পদকৰ লগতে ৫০০০ মিটাৰ ৰেচত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পূৰ্বে এইগৰাকী ক্ৰীড়াবিদে চণ্ডিগড়ত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় মাৰ্ষ্টাছ গেমছত ১৫০০ মিটাৰ ৰেচত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

১৯৮৪ চনৰ ৩০ মে’ত জন্ম গ্ৰহণ কৰা পখিলা ইংটিপীয়ে ডিফু চৰকাৰী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল৷ বন বিভাগত কৰ্মৰত এইগৰাকী ক্ৰীড়াবিদৰ শৈশৱ এক প্ৰত্যাহ্বান আছিল৷

পখিলা ইংটিপীৰ মাতৃ মিক্ৰি তিচ’পী৷ এইগৰাকী মাতৃয়ে নিজৰ সন্তানক মানুহ কৰাৰ সংগ্ৰামত আত্মনিয়োগ কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়৷ পখিলা ইংটিপীৰ মাতৃ মিক্ৰি তিচ’পীয়ে ডিফুৰ বজাৰত বিক্ৰী কৰে শাক-পাচলি৷

pokhila engtipi mother at vegetable market | ASSAM TIMES POST
                                                   শাক-পাচলিৰ দোকানত পখিলা ইংটিপীৰ মাতৃ মিক্ৰি তিচ’পী

মনকৰিবলগীয়া যে যি সময়ত বজাৰত সাৰযুক্ত শাক-পাচলি উভৈনদী সেই সময়ত কাৰ্বি আংলঙৰ পাহাৰীয়া ভূমিত উৎপাদিত সামগ্ৰীয়ে মানুহৰ মনত এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে৷ ডিফুৰ কাৰ্বি বজাৰ, পাৱাৰ হাউচৰ বজাৰ, পিৰবি মাৰ্কেট আদিত কাৰ্বি জনগোষ্ঠীৰ সহজ-সৰল মহিলাসকলে পাহাৰৰ দুৰ্গম এলেকাৰ পৰা বিভিন্ন শাক-পাচলি আনে৷ ইয়াৰে ভিতৰত ঢেকীয়া (ডুংকে), লংদুং (কলডিল), কচু (হেনৰু), তিতাগুটি (হেচু বংৰুম), জাতিলাও (বংলাং), ৰঙালাও (বমহ’ম), হানছেৰেং, বেঙেনা (হিপি), তাৰা আদি বিভিন্ন শাক-পাচলি বজাৰত বিক্ৰী কৰিবলৈ আনে৷

পানী কেচুৱাক বুকুত বান্ধি পাচলি ভৰ্তি খাউ পিঠিত লৈ পাহাৰৰ টিলা বগাই মহিলাসকলে শাক-পাচলি বজাৰলৈ বিক্ৰীৰ বাবে আনে৷ তেনেদৰে সংগ্ৰাম কৰি সন্তানক মানুহ কৰিবলৈ সক্ষম হৈছে এই মহিলাসকল৷

তাৰে মাজতে জিলিকি উঠিল মিক্ৰি তিচ’পী৷ এইগৰাকী মাতৃৰ কন্যা পখিলা ইংটিপী৷ মালয়েছিয়াত ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত অনুষ্ঠিত এছিয়া পেচিফিক মাৰ্ষ্টাছ গেমছত ৩৫ বছৰ উৰ্দ্ধ শাখাত ৫০০০ মিটাৰ খোজকঢ়াত সোণ আৰু একে ইভেণ্টৰ ৰেচত ব্ৰঞ্জ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে৷

Tags: assam vegetable marketkarbi anglongKarbi Anglong’s Pokhila Engtipimicry tisopypokhila ingtipi
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx