ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰক্ষী নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকা জামিন শুনানি সম্পন্ন।গুৱাহাটী উচ্চ ন্যায়ালয়ত সম্পন্ন হাজৰিকা জামিন শুনানি।আদালতত ছয়দিন ধৰি ছয়দিন ধৰি চলা শুনানি অন্তত সম্পন্ন হয় শুনানি।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা হাজৰিকা জামিনৰ শুনানি সম্পন্ন হলেও স্থগিত ৰাখে ৰায়দান ।উল্লেখ্য যে গৃহবিভাগৰ অনুমতি অবিহনে বিদেশ ভ্ৰমণ কৰা আৰু আয়বহিভূত সম্পত্তি আহৰণ কৰা গুৰুত্ব অভিযোগত দীৰ্ঘদিনে ধৰি বন্দী হৈ আছে হাজৰিকা।পূৰ্বতে নিম্ন আদলতে হাজৰিকা জামিন নাকচ কৰিছিল।