ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাজানৰ সৰ্ববৃহৎ ড্ৰাগছৰ ঘটি উৎখাত :৫ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সহ আটক ড্ৰাগছ মাফিয়া

News Desk by News Desk
January 12, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : কাৰবি আংলঙৰ বোকাজান মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে বুধবাৰে এক অভিযান চলাই এখন ড্ৰাগছৰ ঘাটি উৎখাৎ কৰাৰ লগতে এটা দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ৷ কালি মহকুমাটোত প্ৰায় আঠ কোটি টকাৰ নিষিদ্ধ হেৰইন সহ এটা সৰবৰাহকাৰীক আটক কৰাৰ পিছত আজি পুণৰ এলেকাটোত ড্ৰাগছৰ ঘাটি উৎখাত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি উক্ত ড্ৰাগছ মাফিয়াটোৱে আৰক্ষীৰ চকুত ধুলিদি এলেকাটোত বহু দিন ধৰি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । বাবা হাজৰিকা নামৰ লোকজনৰ ওপৰত বহু দিন ধৰি নজৰত ৰাখিছিল কাৰ্বি আংলং আৰক্ষীয়ে ।

অৱশেষত আৰক্ষীৰ জালত পৰিল বোকাজানৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকা । অতি চতুৰালিৰে বহু দিনৰ পৰা অতি কৌশলেৰে মণিপুৰৰ পৰা ড্ৰাগছ আনি প্ৰেৰণ কৰি আহিছিল ৰাজ্যৰ বিভিন্ন স্থান তথা বহিঃ ৰাজ্যলৈ ।

কাৰ্বি আংলং আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে নিজৰ নজৰত ৰাখিছিল কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক আৰু অৱশেষত আজি পুৱতি নিশা ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ মাফিয়াটোক । প্ৰাপ্ত খবৰ অনুসৰি আৰক্ষীয়ে আজি পুৱতি নিশা বাবা হাজৰিকাৰ বিলাসী অট্টালিকাৰ চৌহদত এখন দাম্পাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে৷ উক্ত দাম্পাৰতে আনিছিল ৬০তা চাবোনৰ বাকচত প্রায় ৮০০গ্ৰাম হেৰ’ইন ।

আৰক্ষীয়ে মাফিয়াটোৰ ঘৰত তালাচী চলাই বিভিন্ন অন্য আপত্তিজনক সামগ্ৰী যেনে বনৰীয়া জীৱ জন্তুৰ ছাল , দাঁত আদিও উদ্ধাৰ কৰিছে ।
লগতে আৰক্ষীয়ে এখন ফৰচোনৰ , এখন ক্রেতা আৰু এখন দাম্পাৰো জব্দ কৰিছে ।

ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্রায় ৫কোটি হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উল্লেখ যোগ্যযে কাৰবি আংলং-নাগালেণ্ড সীমাৱৰ্তী এলেকা বোকাজান মহকুমাৰ লাহৰিজান, খটখটী, ডিলাই আদি এলেকাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কাৰবি আংলং আৰক্ষীয়ে সদায় সষ্টম হৈ থকাৰ পিছতো ড্ৰাগছ মাফিয়া সকলে এলেকাটোত চলাই গৈছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷অৱশ্যে কাৰবি আংলং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ সকলো কু অভিসন্দি প্ৰতিহত কৰি আহিছে ৷

https://assamtimespost.com/wp-content/uploads/2022/01/WhatsApp-Video-2022-01-12-at-5.41.19-PM.mp4

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয়যে, বাবা হাজৰিকাৰ ওপৰত আৰক্ষীৰ সন্দেহ আছিল আৰু কেইবাবাৰো তেওঁক কৰায়ত্ব কৰাৰ চেষ্টা কৰিছিল যদিও আজিহে তেওক ৰঙা হাতত কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম হ’ল৷ বাবা হাজৰিকাই ড্ৰাগচৰ অবৈধ ব্যৱসায়ৰ জৰিয়তে সম্পত্তি গঢ়িছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ 

উক্ত অভিযানৰ নেতৃত্ব দিয়ে বোকাজানৰ এছডিপিঅ’ জন দাস, সহযোগ কৰে বোকাজানৰ অ’চি এমডব্লিক ব্ৰহ্ম, খটখটিৰ অ’চি ৰাজু দুৱৰা, চিআৰপিএফৰ চি২০ কেম্পৰ এএছচিঅ’এম ৰবি গিল, বোকাজান এপিআৰজি কেম্প আৰু বোকাজান আৰক্ষী থানা আৰু খটখটি আৰক্ষী থানাৰ আৰক্ষী-জোৱানসকলে।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx