ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাৰে ২২ কোটি পাছৱর্ড চুৰি! তালিকাত আপোনাৰটোও আছে নেকি?

News Desk by News Desk
December 24, 2021
Reading Time: 1 min read
A A
0
চাৰে ২২ কোটি পাছৱর্ড চুৰি! তালিকাত আপোনাৰটোও আছে নেকি?

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

বিশ্বজুৰি চাৰে ২২ কোটি পাছৱর্ড চুৰি কৰি নিছে হেকাৰে। এই চাঞ্চল্যকৰ তথ্য প্রকাশ্যে আনিলে নেচনেল ক্রাইম এজেন্সি (এনচিএ)-এ। সংস্থাটোৱা জনোৱা মতে, ক্লাউড ষ্টোৰেজৰ পৰা পাছৱর্ডবোৰ সৰকাইছিল হেকাৰসকলে। অৱশ্যে সেইবোৰ উদ্ধাৰ কৰা সম্ভৱ হৈছে বুলিও দাবী এনচিএৰ।

এনচিএই লগতে জনাইছে, উদ্ধাৰ হোৱা পাছৱর্ডবোৰ ‘হেভ আই বিন পনড’ ডেটাবেছত মজুত কৰা হৈছে। এনচিএ সূত্র মতে, কেইদিনমান আগতে এই বিপুল সংখ্যক পাছৱর্ড ক্লাউড ষ্টোৰেজৰ পৰা হেক কৰা হয়।

চাৰে ২২ কোটি পাছৱর্ড হেক হোৱাৰ ঘটনা প্রকাশ্যে অহাৰ পিছতেই মনত এটা সন্দেহৰ ভাব হয়, চুৰি হোৱা তালিকাত আপোনাৰ-মোৰো নেইতো?

তেনেহ’লে কেনেদৰে নিশ্চিত হ’ব যে আপোনাৰ পাছৱর্ড হেক হৈছেনে নাই?

এইটো জানিবৰ বাবে ‘হেভ আই বিন পনড’ ৱেবছাইটলৈ যাব লাগিব। তাত লগ ইন কৰাৰ প্রয়োজন নাই। কোনো মেইল আইডিৰ পাছৱর্ড চুৰি হৈছে নেকি সেয়া পৰীক্ষা কৰি চাবলৈ উক্ত ৱেবছাইটলৈ গৈ ‘পাছৱর্ড’ লেখা টেবত ক্লিক কৰিব লাগিব। তাত নিজৰ পাছৱর্ড দিলেই ৱেবছাইটৰ পৰা বার্তা দিয়া হ’ব যে সেইটো হেক হৈছেনে নাই।

এনচিএই লগতে কৈছে যে ‘হেভ আই বিন পনড’ ৱেবছাইটটি নিৰাপদ। তাত নিজৰ পাছৱর্ড দি পৰীক্ষা কৰিলে যদি জানিব পৰা যায় যে সেইটো চুৰি হৈছে তেনেহ’লে তৎক্ষণাৎ সংশ্লিষ্ট পাছৱর্ড সলনি কৰিব লাগিব।

Tags: Featured
Share4Tweet3Send

Related Posts

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

by Staff Reporter
May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

by Staff Reporter
May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

by Staff Reporter
May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

by News Desk
May 31, 2026
50
Medicine price hike : ১ এপ্ৰিলৰ পৰা বৃদ্ধি পালে ৯০০ অত্যাৱশ্যকীয় ঔষধৰ মূল্য
National-International

‎৩০টা অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কেন্দ্ৰৰ I তালিকাত ডায়েবেটিচ, হৃদৰোগ ঔষধো অন্তৰ্ভুক্ত

by Staff Reporter
May 31, 2026
50
Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত
National-International

Rajasthan sand storm : ৩০ মিনিট ধৰি বালিৰ ধুমুহাৰ তাণ্ডৱ, ঘণ্টাত ৭০ কিলোমিটাৰ বেগত ধূলিৰ ধুমুহা ৰাজস্থানৰ পাঁচ জিলাত

by News Desk
May 30, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx