ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সৈতে পৰিষদৰ মত-বিনিময়:

News Desk by News Desk
December 10, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিসমূহৰ সৈতে পৰিষদে আজি মত বিনিময় কৰে ৷

এইলৈ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰমহাঙৰ সভাপতিত্বত এক সমাৰোহৰ আয়োজন কৰা হয় ৷ সমাৰোহত দুয়োখন পাৰ্বত্য জিলাৰ প্ৰায় তিনি সহস্ৰাধিক বিদ্যালয় উন্নয়ন সমিতিৰ বিষয়ববীয়া আৰু প্ৰধান শিক্ষক উপস্থিত থাকি নিজ নিজ বিদ্যালয়ৰ অভাৱ-অভিযোগ আৰু আন্তঃগাঁথনিৰ ওপৰত নিজ নিজ মন্তব্য প্ৰকাশ কৰে ৷

উক্ত সমাৰোহতে অলপতে জিলাখনৰ সীমামূৰীয়া ৰংতাৰা নামৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন ইংতি বছৰ বছৰ ধৰি বিদ্যালয়ত উপস্থিত নথকাকলৈ শিক্ষকগৰাকীক মঞ্চলৈ মাতি আনি জবাবদিহি কৰে ৷ শিক্ষকগৰাকীয়ে নিজৰ স্পষ্টীকৰণত বিদ্যালয়ত তেওঁৰ নিয়মীয়া থকাৰ লগতে তেওঁৰ বিৰুদ্ধে মনেসজা বাতৰি পৰিৱেশন কৰা হৈছে বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰে ৷ শিক্ষকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ এসপ্তাহৰ ভিতৰত তদন্ত কৰি তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে ৷

সমাৰোহক উদ্দেশ্য কৰি জিলাখনৰ তিনিজন বিধায়ক ক্ৰমে, বিদ্যাছিং ইংলেঙ, দৰচিং ৰংহাঙ আৰু ৰূপছিঙ টেৰণ জিলাখনৰ শিক্ষাৰ আমূল সংস্কাৰৰ বাবে মূল্যৱান বক্তব্য আগবঢ়ায় ৷ পাৰ্বত্য জিলা দুখনৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কেন্দ্ৰই ৪০ কোটি টকা প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে, প্ৰতিটো পৰিষদীয় সমষ্টিৰ বিদ্যালয় সমূহৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে ৷

শিক্ষক নাটনিকলৈ ব্লক পৰ্যায়ত টেট অনুষ্ঠিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰংহাঙে জানিবলৈ দিয়ে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত শিক্ষা প্ৰদানৰ দিশত শিক্ষকসকলে মহাদান কৰি শিক্ষা প্ৰদানৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷

তুলিৰাম ৰংহাঙৰ পিতৃও এগৰাকী শিক্ষক আছিল বুলি কৈ শিক্ষকসকলৰ সমস্যাৰ সমাধানৰ প্ৰতি তেওঁ দায়বদ্ধ বুলি মন্তব্য কৰে ৷ জিলাখনত শান্তি হলেহে উন্নয়ন সম্ভৱ হ’ব বুলি কয় ৷ জিলাখনত লোক সেৱা আয়োগ আৰু এপিএছচি পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলিও কয় ৷

এই মত-বিনিময় অনুষ্ঠানৰ জৰিয়তে পাৰ্বত্য জিলাৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ সমস্যাসমূহ গুৰুত্বসহকাৰে সমাধানৰ চেষ্টা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ডাঃ তুলিৰাম ৰংহাঙে ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx