![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দিছপুৰ প্ৰেছ ক্লাৱত ৰাষ্ট্রীয় মানৱ অধিকাৰ সংগঠনে প্ৰথমবাৰলৈ উদযাপন কৰে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস। শিক্ষা, মহিলা সৱলীকৰণ, শিশু সুৰক্ষা ওপৰত অনাগত দিনত কাম কৰি যোৱাৰ কথা প্ৰকাশ সংগঠনটো।
আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱাটক শ্ৰদ্ধা জনায় সংগঠনটোৱে। সেনা প্ৰধানগৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সংগঠনটোৰ নেতৃত্বই। অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনৰ সভাপতি ধনদ্বীপ কলিতা, অধ্যক্ষ ডাঃ বিজুজ জাহান চালেহে বেগম প্ৰমুখ্যে বহুকেইজন ব্যক্তি।













