ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অনলাইন এপৰ জৰিয়তে ঋণ লোৱাৰ ক্ষেত্ৰত হ’ব পাৰে আৰ্থিক ক্ষতি, ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণী

News Desk by News Desk
November 22, 2021
Reading Time: 1 min read
A A
0
অনলাইন এপৰ জৰিয়তে ঋণ লোৱাৰ ক্ষেত্ৰত হ’ব পাৰে আৰ্থিক ক্ষতি, ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণী

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

নিউজ ডেস্কঃ

ডিজিটেল ঋণ প্ৰদানৰ এপবোৰৰ ভিতৰত বেছিভাগেই অবৈধ বুলি দাবী কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক ৰিপোর্টে। এই মুহূর্তত ভাৰতত থকা ১,১০০মান বিভিন্ন এপৰ ভিতৰত ৬০০ৰো অধিক এপেই অবৈধ বুলি আৰবিআইৰ উক্ত ৰিপোর্ট দাবী কৰা হৈছে।

লগতে বহু এপত কোনো নিয়ম-নীতি নমনাকৈয়েই আর্থিক লেনদেন কৰা বুলি অভিযোগ উঠি আহিছে। এই ক্ষেত্ৰত অনুসন্ধানৰ বাবে যোৱা জানুৱাৰীত ৰিজাৰ্ভ বেংকে গঠন কৰা ‘ৱর্কিং গ্রুপ’ৰ ৰিপোর্টত দাবী কৰা হৈছে যে দেশত বিভিন্ন এপ ষ্টোৰত এণ্ড্ৰয়েড ফোনৰ উপযোগী ঋণ দিয়াৰ এনে ৬ শতাধিক এপ আছে যিবোৰ ৰিজার্ভ বেঙ্কৰ দৃষ্টিত অবৈধ। এইবোৰে ৰিজার্ভ বেঙ্কৰ নীতি মানি নচলে। অৱশ্যে উক্ত তালিকাত কি কি এপ আছে সেয়া ৰিপোর্টটোত প্ৰকাশ কৰা নাই। বিগত ১ জানুৱাৰীৰ পৰা ২৮ ফেব্রুৱাৰীৰ ভিতৰত চলোৱা সমীক্ষাৰ তথ্য মতে, ভাৰতত থকা মুঠ ৮১টা এপ ষ্টোৰত উক্ত বিপজ্জনক এপবোৰ পোৱা যায়।

আনহাতে, ২০২০ৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ মার্চ পর্যন্ত এই এপবোৰৰ পৰা ঠগবাজিৰ মুঠ ২,৫৬২টা অভিযোগ লাভ কৰে ৰিজার্ভ বেঙ্কে। এই অভিযোগবোৰ তদন্ত কৰাৰ পিছত দেখা গৈছে যে বেছিভাগ ক্ষেত্রতেই উক্ত এপ ব্যৱহাৰকাৰীসকল আর্থিক ক্ষতিৰ সন্মুখীন হৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
ADVERTISEMENT
‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়
National-International

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
50
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎
National-International

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
50
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি
National-International

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026
50
GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা
National-International

GDP : ‎জিডিপিৰ ক্ষেত্ৰত বাংলাদেশে ভাৰতক অতিক্ৰম কৰাৰ সম্ভাৱনা

May 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

‎বিধানসভা নিৰ্বাচনৰ পূৰ্বে এচিড পৰীক্ষা: পঞ্জাৱত পৌৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ বৃহৎ জয়

May 31, 2026
‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০  ‎

‎পিএছজিৰ জয় উদযাপনত অশান্ত ফ্ৰান্স I সংঘৰ্ষত আহত কমেও ২১৯, দেশজুৰি নিশাৰ বিশৃংখলতাত গ্ৰেপ্তাৰ ৭৮০ ‎

May 31, 2026
সাময়িকভাবে স্থগিত কেদাৰনাথ যাত্রা, উত্তৰাখণ্ডত ধাৰাষাৰ বৃষ্টিৰ সতর্কতা জাৰি

কেদাৰনাথ যাত্ৰা সাময়িকভাৱে স্থগিত

May 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx