ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটীৰ ৰাজহুৱা স্থানত বিজ্ঞাপন লগোৱা আৰু পিক পেলোৱাৰ বিৰুদ্ধে বুধবাৰ পৰা GMC-ৰ অভিযান

News Desk by News Desk
November 9, 2021
Reading Time: 1 min read
A A
0
গুৱাহাটীৰ ৰাজহুৱা স্থানত বিজ্ঞাপন লগোৱা আৰু পিক পেলোৱাৰ বিৰুদ্ধে বুধবাৰ পৰা GMC-ৰ অভিযান

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

গুৱাহাটীৰ মহানগৰীক পৰিষ্কাৰ তথা চাফ-চিকুণ কৰি ৰখা বাবে গুৱাহাটী পৌৰ নিগম (GMC)ৰ কঠোৰ ব্যৱস্থা। ৰাজহুৱা স্থানত অবৈধভাৱে লগোৱা যিকোনো ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ হ’ব নিগম। মঙলবাৰে পৌৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এক সংবাদমেল যোগে এই ঘোষণা কৰে। হোষ্টেল, টিউচন, ইনষ্টিটিউট, ভাড়া ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অবৈধ বিজ্ঞাপন বিৰুদ্ধে নিগমে বুধবাৰৰ পৰা মহানগৰীত চলাব অভিযান। শেহতীয়াভাৱে নতুনকৈ মুকলি হোৱা দিছপুৰ চুপাৰমাৰ্কেট সংযোগী উৰণীয়া সেতুত একাংশই লগোৱা বিজ্ঞাপন প্ৰসংগ উত্থাপন কৰি শৰ্মাই কয়- চাফ-চিকুণ কৰি ৰখাৰ বাবে আহ্বান কৰিলো কিন্তু কামত নাহিল। বাধ্যত পৰি কঠোৰ নীতি-নিয়ম লবলৈ বাধ্য একাংশ নাগৰিকৰ বাবে।

‘মহানগৰৰ ভিতৰত এতিয়া পৰা নিগমৰ অনুমতি অবিহনে লগোৱা পোষ্টাৰ বিৰুদ্ধে গুৱাহাটীৰ পৌৰ নিগম আইনৰ ৩৯০দফা অধীনত ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰয়োজনত গোচৰ দাখিল কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে আয়ুক্তগৰাকীয়ে।

আনহাতে, মহানগৰীবাসীক পোষ্টাৰ লগাই থকা কোনো ব্যক্তিক দেখাৰ লগে লগেই নিজৰ মোবাইলত আবদ্ধ কৰি নিগমলৈ প্ৰেৰণৰ আহ্বান জনায়। তথ্যসহ ফটো প্ৰেৰণ কৰাজনলৈ নিগমে দিব ১০০০টকাকৈ পুৰস্কাৰ। নিগমে মঙলবাৰে তথ্য-ফটো প্ৰেৰণৰ বাবে ৪টা ফোন নম্বৰ। ফোন নম্বৰ 8811007000, 7399003001, 7399003002, 7399003004।

মহানগৰীবাসীক আহ্বান জনায় আয়ুক্ত শৰ্মাই কয়- দায়িত্বশীল নাগৰিক হিচাপে য’তে-ত’তে থু-খেকাৰ, পিক নেপেলাব। নিজৰ মহানগৰখনত য’তে-ত’তে পোষ্টাৰিং নকৰিব। বাধ্যত পৰি তেনে লোকৰ বিৰুদ্ধে অভিযান চলাবলৈ সিদ্ধান্ত গ্লৈছোঁ। বুধবাৰ পৰা পৌৰ নিগমে নিয়মভংগকাৰী বিৰুদ্ধে ব্যৱস্থা ল’ব- আয়ুক্তই কয়।

আনহাতে, যিসকলে নতুন উৰণীয়া সেতুত ইতিমধ্যে পোষ্টাৰিং লগাইছে তেওঁলোকক সেইসমূহ আঁতৰোৱাৰ বাবে ১৫ দিনৰ সময়সীমা বান্ধিলে নিগমে। অন্যথা নিগমে ব্যৱস্থা ল’ব।

নতুনকৈ উদ্বোধন কৰা উৰণীয়া সেতুত সোমবাৰে নিশা জন্মদিন আয়োজন কৰা মহিলাগৰাকী বিৰুদ্ধে কোনো লোকে অভিযোগ বা এজাহৰ দিলে নিগমে ব্যবস্থা গ্ৰহণ কৰিব বুলিও আয়ুক্ত শৰ্মাই কয়।

আনহাতে, মহানগৰীৰ ৰাজহুৱা স্থানত বুধবাৰ পৰা পিক পেলালে ভৰিব লাগিব জৰিমনা। নিগমে ১০০০ টকাকৈ জৰিমনা নিৰ্ধাৰণ কৰা কথা আজি ঘোষণা কৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief
Assam

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
50
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families
Assam

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026
50
Assam CM Hails Tiger Conservation Success on International Tiger Day
Assam

Assam CM Hails Tiger Conservation Success on International Tiger Day

July 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

Ayushmann Khurrana & Tahira Kashyap Donate to Assam Flood Relief

July 29, 2026
Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

Assam Flood Relief Update : Rs 5 Lakh for Deaths, Rs 15,000 to Families

July 29, 2026
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

July 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx