![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যবাসীৰ বাবে আন এক ভাল খবৰ। টকি’অ অলিম্পিক বিজয়ী অসম কন্যা লাভলীনা বৰগোঁহাই দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ বাবে মনোনীত।
উল্লেখ্য যে টকি’অ অলিম্পিকত লাভলীনাৰ সফলতা বাবে এই বঁটাৰ বাবে মনোনীত কৰিছে ।
গুৰুত্বপূৰ্ণ অসমৰ পৰা অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে লাভলীনা।













