ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

খটখটিত কেইবা লক্ষ্যাধিক টকা মূল্যৰ ড্ৰাগছ সহ দুজনক আটক:

ASSAM TIMES POST by ASSAM TIMES POST
October 14, 2021
Reading Time: 1 min read
A A
0

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : শাৰদীয় দূৰ্গা পুজাৰ আনন্দ উল্লাসৰ মাজতে এচাম ড্ৰাগছ মাফিয়াই বন্ধ কৰা নাই যুৱ সমাজক কোঙা কৰি পেলাব পৰা বৰবিহ সদৃষ নিচাযুক্ত ড্ৰাগছৰ অবৈধ সৰবৰাহ ৷ কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তই দি পুজাৰ মাচতো ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে দুই আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী ৷

c14653c2 3f2a 463c 9c70 57c233651989 | ASSAM TIMES POSTবোকাজান মহকুমাত আৰৰীয়ে ধাৰাবাহিক ভাৱে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰথাৰ সমান্তৰালকৈ অবিৰত ভাৱে বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান সিমানেই ড্ৰাগছৰ সৰবৰাহ কাৰীয়েও বিভিন্ন সময়ত ন ন কৌশল অৱলম্বন কৰি নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

ড্ৰাগছ সৰবৰাহ কাৰীয়ে যিমানেই ন ন কৌশল অৱলম্বন নকৰক কিয়,
খটখতি আৰু বোকাজান আৰক্ষীৰ চকুত ধূলি মাৰি সাৰি পৰা নাই কোনো ড্ৰাগছ সৰবৰাহকাৰী ৷এই ক্ষেত্ৰত সদায় খটখটী আৰু বোকাজান আৰক্ষী সষ্টম হৈ থকা পৰিলক্ষিত হৈছে।

বুধবাৰে পুনৰ খটখতি SBI শাখাৰ সন্মুখত এখন নৈশ বাছৰ পৰা
বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম,SI মৃদুল ৰুদ্ৰ পল,SI চৰণ মোহন চেতিয়া,SI নিতুল শইকীয়াৰ সৈতে অভিযানকাৰী দলে চলোৱা তালাচীত নিষিদ্ধ ড্ৰাগছসহ দুজনক আটক কৰে।

ডিমাপুৰৰ দিশৰ পৰা গুৱাহাটী অভিমুখী NL-07-B-0399 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা পোন্ধৰটা চাবোনৰ বাকচত উদ্ধাৰ কৰে 186.4 গ্ৰাম নিষিদ্ধ ড্ৰাগছ।খটখটী আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কেইবা লক্ষ্যাধিক টকা হব বুলি অনুমান কৰা হৈছে।

খটখটী আৰক্ষীয়ে সৰবৰাহৰ সৈতে জড়িত মণিপুৰ সেনাপতি জিলাৰ D Loli আৰু ডিমাপুৰৰ Tepnu Rheto নামৰ দুজনক আটক কৰিছে বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে খটখতি আৰক্ষীয়ে আটক কৰা লোক দুজনক জেৰা অব্যাহত ৰাখিছে।

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
50
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx