ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনঃ তৎপৰ শাসক- বিৰোধী

ASSAM TIMES POST by ASSAM TIMES POST
September 17, 2019
Reading Time: 1 min read
A A
0
জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনঃ তৎপৰ শাসক- বিৰোধী

RELATED POSTS

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

logo atp | ASSAM TIMES POSTASSAM TIMES POST

শেহতীয়া লোকসভা নিৰ্বাচনৰ পাছতে অসমত চাৰিটাকৈ বিধানসভা সমষ্টিত উপনিৰ্বাচন নিশ্চিত হৈ পৰিছিল৷ এই চাৰিটা সমষ্টিৰ ভিতৰত অন্যতম হ’ল জনীয়া বিধানসভা সমষ্টি৷

উল্লেখযোগ্য যে জনীয়া বিধানসভা সমষ্টিত বিধায়ক আছিল কংগ্ৰেছ নেতা আব্দুল খালেক৷ যোৱা লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিৰ পৰা সাংসদ হিচাপে জয়ী হৈছিল আব্দুল খালেক৷ ইয়াৰ লগে লগে জনীয়া বিধানসভা সমষ্টিত বিধায়ক পদতো খালি হৈ পৰে৷ জনীয়া বিধানসভা সমষ্টিত বিধায়ক পদ খালি হৈ পৰাৰ পাছতে তৎপৰ হৈ পৰে শাসক আৰু বিৰোধী দল৷ দখলত থকা সমষ্টিটো কংগ্ৰেছে পুনৰ নিজৰ হাতত ৰখাৰ চেষ্টাত যুঁজ আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ হাতৰ পৰা সমষ্টিটো উদ্ধাৰ কৰাৰ যুঁজ৷

সেয়ে জনীয়া বিধানসভা সমষ্টি দখলত মৰণ পন যুঁজ আৰম্ভ হৈছে শাসক আৰু বিৰোধীৰ মাজত৷ উল্লেখযোগ্য যে জনীয়া বিধানসভা সমষ্টিত ৰাজ্যখনৰ আন তিনিটা বিধানসভা সমষ্টিৰ সৈতে উপনিৰ্বাচন অনুষ্ঠিত হ’ব৷ অহা শাৰদীয় দুৰ্গোৎসৱৰ পাছতে এই উপনিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন স্থিৰ নহ’লেও প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে৷

বিশেষকৈ সমষ্টিটোত শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছ, এআইইউডিএফৰ প্ৰাৰ্থীসকলৰ মাজত টিকেটৰ যুঁজ আৰম্ভ হৈছে৷ জানিব পৰা মতে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মিল হুছেইন, অৱসৰপ্ৰাপ্ত উচ্চ শিক্ষা সঞ্চালক দেলোৱাৰ হুছেইন, প্ৰাক্তন বিধায়ক আব্দুছ ছোবাহান, ড° দেৱান আৰশ্বাদ আহমেদ, বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফজলুৰ ৰহমান, যুৱ নেতা আমিৰুল ইছলাম খান, ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি আজগৰ আলী আহমেদ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইন, অধিবক্তা হবিবুৰ ৰহমান৷

আনহাতে শাসকীয় দল বিজেপিৰ টিকেটৰ দাবীদাৰসকলৰ ভিতৰত উচ্চাৰণ হৈ থকা নাম কেইটাৰ ভিতৰত আছে বিশিষ্ট সমাজকৰ্মী আব্দুছ ছামাদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বাহিদুল ইছলাম, বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খান, নুৰুল আমিন৷ ইপিনে এআইইউডিএফৰ পৰা টিকটৰ দাবীদাৰ হ’ল প্ৰাক্তন বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম৷ মন কৰিব লগীয়া যে আসন্ন উপনিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে শাসকীয় আৰু বিৰোধী দলবোৰে প্ৰচাৰ অভিযান আৰম্ভ কৰা নাই যদিও ভোটাৰৰ মাজত শক্তি বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share5Tweet3Send

Related Posts

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

by News Desk
October 19, 2026
50
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

by News Desk
October 17, 2026
57
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

by News Desk
October 17, 2026
54
ADVERTISEMENT
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
50
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ
Guwahati

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
50
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026
50
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

October 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

Drugs seized : মহানগৰীত ৫.৫ কোটিৰ ড্ৰাগছ জব্দ

October 19, 2026
Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d