ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ত্ৰিপুৰা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত শিল্পী ৰঞ্জন বেজবৰুৱা

ASSAM TIMES POST by ASSAM TIMES POST
September 15, 2019
Reading Time: 1 min read
A A
0
ত্ৰিপুৰা বিশ্ববিদ্যালয়লৈ আমন্ত্ৰিত শিল্পী ৰঞ্জন বেজবৰুৱা

নগাঁও ১৫ ছেপ্টেম্বৰ : অহা ২০ ছেপ্টেম্বৰত ত্ৰিপুৰা বিশ্ববিদ্যালয়ত উজ্জয়িনীৰ মহৰ্ষি সন্দীপনি বেদবিদ্যা সংস্কৃত প্ৰতিষ্ঠান আৰু প্ৰাচ্যবিদ্যা প্ৰতিষ্ঠান,অসমৰ বিশেষ সহযোগত তথা বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ আয়োজনত তিনিদিনীয়া ‘ক্ষেত্ৰীয় বৈদিক সন্মিলন’ত নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাই এলানি সংস্কৃত গীত-শ্লোক-স্তোত্ৰ পৰিৱেশন কৰিব। ইতিমধ্যে ভিন্নসুৰী সংস্কৃত গীত পৰিৱেশনেৰে দেশে-বিদেশে প্ৰসিদ্ধি লাভ কৰা শিল্পী ৰঞ্জন বেজবৰুৱাৰ সৈতে ত্ৰিপুৰালৈ সাজু হৈছে বাঁহীবাদক প্ৰাঞ্জল বৰাৰ পৰিচালনাত অতুল মহন্ত, অভিষেক ধৰ, শান্তনু বৰা, দ্বীপেন দাসেৰে গঠিত এটি নিৰ্বাচিত বাদ্য-শিল্পী-দল, যি শাস্ত্ৰীয় আৰু লোকসংগীতৰেও ত্ৰিপুৰাবাসী ৰাইজক আনন্দিত কৰিব।

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

শিল্পী বেজবৰুৱাৰ অনুষ্ঠানত স্থান পাব বৈদিক স্তৱ-স্তোত্ৰ, পুৰণি অসমৰ শ্লোকাদিৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ, কবিগুৰু ৰৱীন্দ্ৰনাথ, মীৰাবাঈ, তুলসীদাস, নৰসিংহ মেহতা পৰা ডঃ ভূপেন হাজৰিকা, হেমন্ত মুখাৰ্জী, এ আৰ ৰহমানলৈ বিশিষ্ট সংগীতকাৰৰ গীতৰ ৰূপান্তৰ আৰু অন্যান্য মৌলিক সংস্কৃত গীতে। দেশৰ ভালেসংখ্যক স্বনামধন্য বেদবিদ পণ্ডিতৰ বৈদিক কৃষ্টিৰ চৰ্চাৰে মুখৰিত হ’ব লগা এই সন্মিলনলৈ সকলোকে আদৰণি জনাইছে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিজয় কুমাৰ লক্ষ্মীকান্ত ৰাও ধাৰুৰকৰ, প্ৰাচ্যবিদ্যা সংস্কৃত প্ৰতিষ্ঠানৰ আচাৰ্য্য বিৱেক কুমাৰ মিশ্ৰ প্ৰমুখ্যে ব্যক্তিসকলে।

Tags: Ranjan Bezbaruah
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx