ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অলিম্পিক ফাইনেলৰ পূৰ্বে নীৰজৰ জেভিলিন লৈ গৈছিল পাকিস্তানৰ নাদিমে

News Desk by News Desk
August 25, 2021
Reading Time: 1 min read
A A
0
অলিম্পিক ফাইনেলৰ পূৰ্বে নীৰজৰ জেভিলিন লৈ গৈছিল পাকিস্তানৰ নাদিমে

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

টকিঅ অলিম্পিকৰ ফাইনেলত স্বৰ্ণ জয়ৰ স্বপ্ন পূৰণৰ বাবে প্রস্তুত হৈছে নীৰজ চোপ্ৰা। হাতত তুলি ল’বলৈ আগবাঢ়ি যায় জেভলিনডাল। কিন্তু নাই, ক’তো সন্ধান নাই জেভলিনডালৰ। হঠাৎ দেখে সেইডাল লৈ গৈছে পাকিস্তানৰ প্রতিপক্ষ আৰশাদ নাদিমে।

এক সংবাদ-পত্রক দিয়া সাক্ষাৎকাৰত নীৰজে কয়, “ফাইনেল আৰম্ভণিৰ পূৰ্বে জেভলিনডাল বিচাৰি পোৱা নাছিলোঁ। হঠাৎ দেখো সেইডাল লৈ গৈছে পাকিস্তানৰ নাদিমে। লগে লগে তেওঁৰ ওচৰলৈ গৈ কওঁ, ‘ভাই জেভলিনডাল দিয়া। এইডাল মোৰ। দলিয়াব লাগিব।’ তেতিয়া তেওঁ ঘূৰাই দিয়ে।”

সেইবাবে প্রথম থ্র’ৰ সময়ত পলম হয় নীৰজৰ। তাৰাতাৰিকৈ আহি থ্র’ কৰে ভাৰতৰ স্বৰ্ণজয়ী এথলিটজনে।

Tags: Featured
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT