![]()
নিউজ ডেস্কঃ
দেশবাসী বাবে ভাল খবৰ। টকিঅ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা হকী দল। দক্ষিণ আফ্ৰিকাক ৪-৩ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতীয় দলটোৱে।

উল্লেখ যে ভাৰতীয় মহিলা দলটো খেলুৱৈ বন্দনাই হেট্ৰিক অর্জন কৰে খেলখনত। অলিম্পিকত হেট্ৰিক গল কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ বন্দনা কাটাৰিয়া । গুৰুত্বপূৰ্ণ টকিঅ অলিম্পিকত উজ্বলি উঠিছে ভাৰতীয় মহিলা খেলুৱৈ।













