![]()
নিউজ ডেস্কঃ
টকি’অ অলিম্পিকত আন এক ভাল খবৰ। মহিলা ডিছকাছ থ্রত দুৰ্দান্ত প্ৰদৰ্শন কমলপ্ৰীত কৌৰ।
ডিছকাছ থ্রত ভাৰতীয় খেলুৱৈগৰাকী প্ৰৱেশ কৰিছে ফাইনেলত। দ্বিতীয় স্থান দখলেৰে ফাইনেলত প্ৰৱেশ কৌৰ।
উল্লেখ ভাৰতীয় খেলুৱৈগৰাকীয়ে ৬৪ মিটাৰ ডিছকাছ মাৰি দ্বিতীয় স্থান বিপৰীতে ৬৬.৪২ মিটাৰে প্ৰথম স্থানত আছে আমেৰিকা খেলুৱৈ।













