ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম-মেঘালয় সীমা সমস্যালৈ দুই মুখ্যমন্ত্ৰীৰ আলোচনা : সংবাদমেল কেএছএৰ

News Desk by News Desk
July 24, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

ছাইদুল ইছলাম

ডিফু : দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কমৰাড চাংমাৰ মাজত কালি এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হোৱাৰ পিছতে বিষয়টো সন্দৰ্ভত নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএই ৷

আজি বিয়লি কাৰবি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলক সম্বোধন কৰি সন্থাটোৰ সভাপতি থানচিং তিমুঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হোৱা মাজত হোৱা প্ৰথম লানি আলোচনাৰ “দিয়া-লোৱা” ব্যৱস্থাৰ মাজেৰে দুয়োখন ৰাজ্যৰ মাজত সীমা সমস্যা সমাধানৰ পোষকতা কৰা হৈছে ৷ এই সন্দৰ্ভত নিজা স্থিতি স্পষ্ট কৰি ছাত্ৰ নেতাগৰাকীয়ে কয় যে, দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত দীঘলীয়া আৰু গভীৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰসংগ জড়িত হৈ আছে ৷ সেয়েহে চৰকাৰে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে সঠিক আলোচনাৰ মাজেৰে আগবঢ়াটো নিত্যান্তই প্ৰয়োজন ৷ কোনো অপ্ৰত্যাশিত ঘটনা সংঘটিত নোহোৱাৰ বাবেই এনে আলোচনাৰ প্ৰয়োজন বুলি মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷

দুয়োখন ৰাজ্যৰ মাজত থকা ১২টাকৈ বিবাদমান এলেকাৰ অধিকাংশ এলেকাই পশ্চিম কাৰবি আংলং জিলাৰ সীমান্তৱৰ্তী ৷ সেয়েহে দুয়োখন ৰাজ্যৰ মাজত শান্তিপূৰ্ণ সমাধানৰ নামত পাহাৰীয়া জিলাৰ ভূমি হেৰুৱাবলগীয়া আশংকাই জিলাখনৰ খিলঞ্জিয়া লোকসকলক সন্ত্ৰস্ত কৰি তোলা বুলি ছাত্ৰ নেতাগৰাকীয়ে উল্লেখ কৰে ৷ অসম আৰু মেঘালয়ৰ মাজত থকা সমস্যা সমাধানৰ নামত পশ্চিম কাৰবি আংলং কোনো কাৰণতে বলি হ’বলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

উত্তৰ-পূৱৰ সকলো ৰাজ্য একত্ৰিত হৈ থকাৰ নীতিক সমৰ্থন কৰিও ইয়াৰ বাবে যাতে কোনো পক্ষই নিজৰ ভূমি হেৰুৱাবলগীয়া নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ সংবাদমেল যোগে আহ্বান জনায় নেতাগৰাকীয়ে ৷ সেয়েহে কাৰো ক্ষতি নোহোৱাকৈ দুয়োপক্ষৰ মাজত শান্তিপূৰ্ণ সমাধান কৰাৰ বাবে আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx