![]()
ক্ৰীড়া ডেস্কঃ
টকি’অ অলিম্পিক আৰম্ভ হোৱা পূৰ্বে আহিছে ভাল খবৰ।অসম কন্যা বক্সা লাভলীনা বৰগোঁহাই প্ৰথম খেলত পালে ৱাক অভাৰ।লাভলীনা প্ৰতিপক্ষই নেখেলাৰ সিদ্ধান্ত লোৱা লগে লগে প্ৰথম খেলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বক্সা গৰাকী।উল্লেখ যে ২৪ জুলাইত আছিল লাভলীনা প্ৰথম মেচ।
আনহাতে, লাভলীনাই ২৭ জুলাইত প্ৰি-কোৱাটাৰত জাৰ্মানী খেলুৱৈৰ বিৰুদ্ধে নামিব।
উল্লেখ যে মহিলা ৬৯কেজি শাখাত দেশক প্ৰতিনিধিত্ব লাভলীনা।
গুৰুত্বপূৰ্ণ কথা শুকুৰবাৰৰ পৰা আৰম্ভণি হ’ব টকি’অ অলিম্পিক।













