ষ্টাফ ৰিপ’ৰ্টাৰ:
জালুকবাৰী সমষ্টিত জয়লাভ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰক ১লাখ, ১হাজাৰ ৯১১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি পঞ্চমবাৰলৈ অসম বিধান সভালৈ নির্বাচিত শৰ্মা।
উল্লেখ জালুকবাৰী সমষ্টিত অন্তিম দিনটোত প্ৰচাৰ কাৰ্য চলাইছিল মন্ত্ৰী গৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছ দলৰ পৰা তিনিবাৰ নিৰ্বাচিত হোৱা পাছত দ্বিতীয়বাৰৰ বাবে বিজেপি পৰা নিৰ্বাচিত হৈছে শৰ্মা।