নিউজ ডেস্কঃ
অৱশেষত অসম জাতীয় পৰিষদৰ শেষ ভৰসা হাজো সমষ্টিত দুলু আহমেদো পৰাস্ত হ’ল। লগে লগে অসম জাতীয় পৰিষদৰ সম্ভাৱনাপূৰ্ণ এখন আসনো হাতৰ পৰা হেৰাল।
বিজেপিৰ প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হাতত দুলু আহমেদ পৰাস্ত হয়।

© 2020 Assam Times Post. | Powered By Webx