![]()
নিউজ ডেস্কঃ
আজিৰে পৰা ১৮ ঊর্ধ্বসকলৰ টীকাকৰণ আৰম্ভ হৈছে। এই পৰিস্থিতিত টীকা যোগানত যাতে ঘাটি নহয়, তাৰ বাবে দেশৰ বাহিৰত অক্সফোর্ড–এস্ট্রাজেনেকাৰ টীকা উৎপাদনৰ প্রস্তুতি আৰম্ভ কৰিছে চিৰাম ইনষ্টিটিউটে। চিইও আদৰ পুনাৱালাই কয়, ‘আগন্তুক কেইদিনমানৰ ভিতৰতেই ইয়াৰ ঘোষণা কৰা হ’ব।’











