ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এইবাৰ এভাৰেষ্টত উঠিল কৰোনা ! কেইবাগৰাকীও পৰ্বতাৰোহী কোভিড পজিটিভ

News Desk by News Desk
April 23, 2021
Reading Time: 1 min read
A A
0
এইবাৰ এভাৰেষ্টত উঠিল কৰোনা ! কেইবাগৰাকীও পৰ্বতাৰোহী কোভিড পজিটিভ

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

নিউজ ডেস্কঃ

এইবাৰ এভাৰেষ্টত কৰোনা ভাইৰাছ। এভাৰেষ্ট অভিযানলৈ যোৱা এক পর্বতাৰোহীৰ শৰীৰত বাহ বান্ধিলে এই মাৰণ ভাইৰাছে। এভাৰেষ্ট অভিযানলৈ যোৱা পর্বতাৰোহীজন প্রথমে অসুস্থ হৈ পৰাত তেওঁক হেলিকপ্টাৰেৰে কাঠমাণ্ডুলৈ লৈ অহা হয়। বুকুত বিষ আৰু শ্বাসকষ্ট লৈ ভর্তি কৰোৱা হয় হস্পিটেলত। কৰোনা পৰীক্ষাত দেখা গ’ল পর্বতাৰোহীজন কোভিড পজিটিভ। প্রথমতে হস্পিটেললৈ নিয়াৰ সময়ত ধাৰণা কৰা হৈছিল যে এভাৰেষ্টত উঠাৰ সময়ত অতিৰিক্ত উচ্চতাত হয়তো শ্বাসকষ্ট হৈছে। বেছ কেম্পত যিসকল পর্বতাৰোহী আছিল তেওঁলোকৰো কোভিড টেষ্ট কৰোৱা হয়। ৰিপোর্টত দেখা যায় তাৰ ভিতৰত বহু কেইজন কৰোনাত আক্রান্ত হৈছে।

অৱশ্যে মুঠ কিমানজন কৰোনা আক্রান্ত হৈছে সেই বিষয়ত বিশদভাবে একো জনোৱা নাই নেপাল চৰকাৰে। কিন্তু এভাৰেষ্ট অভিযানলৈ যোৱা পর্যটকসকলৰ মাজত যিবোৰ উপসর্গ দেখা গৈছে সেইবোৰ পাহাৰত ট্রেক কৰিবলৈ গ’লেও হয়। অতিৰিক্ত উচ্চতাত উঠাৰ সময়ত শ্বাসকষ্ট বহুতৰেই হয়।

ইতিমধ্যে নেপাল চৰকাৰৰ তৰফৰ পৰা ৩৭৭ জনক এভাৰেষ্ট অভিযানৰ বাবে অনুমতি-পত্র দিয়া হৈছে। আনহাতে, যিটো হাৰত কৰোনা সংক্রমণৰ হাৰ সমগ্ৰ বিশ্বত বাঢ়িছে তেনে ক্ষেত্রত পুনৰ এবাৰ কঠোৰ লকডাউন কৰিবলৈ বাধ্য হ’লে নেপালৰ অৰ্থনীতি চাপত পৰিব। পর্যটন ব্যৱসায়ৰ ওপৰত নির্ভৰশীলসকল পুনৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে।

Tags: Featured
Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

ADVERTISEMENT
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT