ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰোনা ৰোগীৰ চিকিৎসাত কোনো প্ৰভাৱ নাই ৰেমডিচিভিৰ : ঔষধৰ তালিকাৰ পৰা বাতিল হুৰ

News Desk by News Desk
April 22, 2021
Reading Time: 1 min read
A A
0
কৰোনা ৰোগীৰ চিকিৎসাত কোনো প্ৰভাৱ নাই ৰেমডিচিভিৰ : ঔষধৰ তালিকাৰ পৰা বাতিল হুৰ

Remdesivir, the only drug cleared to treat Covid-19. It is a generic drug and not a brand name. Fake lable created by photographer.

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্কঃ

কৰোনা চিকিৎসাত ঔষধৰ তালিকাৰ পৰা ৰেমডেচিভিৰক বাতিল কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। কৰোনা ৰোগীসকলৰ ওপৰত ৰেমডেচিভিৰ প্রয়োগৰ ক্ষেত্ৰত পূৰ্বতেই সতর্ক কৰিছিল হুই। এইবাৰ সেয়া বাতিল কৰি দিয়া হ’ল।

সোমবাৰে দিল্লী এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই এই বিষয়ত সতর্ক কৰি দিয়ে। তেওঁ কয়, করৰোনা চিকিৎসাত ৰেমডেচিভিৰৰ কোনো ভূমিকাই নাই। এই ঔষধ একমাত্র তেনে ৰোগীকহে দিব পৰা যায়, যিয়ে কৰোনা সংক্রমণ লৈ হস্পিটেলত ভর্তি হৈ আছে, শৰীৰত অক্সিজেন কমি গৈছে, এক্সৰে বা চিটি স্কেনত বুকুত কোনো সংক্রমণ ধৰা পৰিছে। কৰোনাত মৃত্যু কম কৰাৰ ক্ষেত্রত ইয়াৰ তেনে কোনো ভূমিকাও নাই। যিসকল ৰোগীৰ কৰোনাৰ মৃদু উপসর্গ আছে তেওঁলোকক ৰেমডেচিভিৰ দিলে তেনে কোনো কাত নিদিয়ে। তেনেদৰে ইয়াক দিওঁতে পলম কৰিলেও কোনো কাম নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে, কৰোনাৰ ঔষধৰ তালিকাৰ পৰা বাদ দিয়া হৈছে ৰেমডেচিভিৰক। এতিয়াৰে পৰা এই ঔষধ আৰু কৰোনা চিকিৎসাত ব্যৱহাৰ কৰিব পৰা নাযাব।

প্রসঙ্গত উল্লেখ্য, বর্তমান বিশ্বৰ ৫০ দেশত কৰোনা চিকিৎসাত ব্যৱহাৰ কৰা হয় এন্টি ভাইৰেল ড্রাগ ৰেমডেচিভিৰ। ভাৰতত এই ঔষধ তৈয়াৰৰ বাবে একাধিক কোম্পানীৰ সৈতে চুক্তি কৰিছে ইয়াৰ প্রস্তুতকাৰক কোম্পানীটোৱে। তেওঁলোকে ৰেমডেচিভিৰ উৎপাদনৰ কাম আৰম্ভ কৰি দিছে। তাৰ মাজতেই হুই এনে নির্দেশনা জাৰি কৰে। হুই লগতে কৈছে, হস্পিটেলত যিসকল কৰোনা ৰোগী ভর্তি আছে তেওঁলোকক ৰেমডিচিভিৰ দিয়াৰ কথা কেতিয়াও কোৱা হোৱা নাই। কাৰণ এই ঔষধে মৃত্যু ৰুধিব পাৰে বুলি তেনে কোনো প্রমাণ লাভ কৰা নাই। 

Tags: Featured
Share4Tweet3Send

Related Posts

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

by News Desk
May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

by News Desk
May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

by News Desk
May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

Space in China : মহাকাশত মানৱ জাতিৰ বংশবিস্তাৰ : মহাকাশলৈ কৃত্রিম ভ্রূণ মডেল পঠিয়াই গৱেষণা আৰম্ভ চীনৰ

ADVERTISEMENT
Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি
National-International

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
50
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
National-International

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
50
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য
National-International

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

May 30, 2026
50
Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা
National-International

Mamata Banerjee : ৬ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক, উপস্থিত থাকিব পাৰে মমতা

May 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

Indian Internet users : ভাৰতীয় মহিলাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ তিনি বছৰত দুগুণ বৃদ্ধি

May 30, 2026
Terrorist arrested : পাকিস্তানস্থিত নেটৱৰ্কৰ সৈতে জড়িত নটা সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

Terrorist gang arrested : দিল্লীত গ্ৰেপ্তাৰ বৃহৎ সন্ত্ৰাসবাদী চক্ৰ, আক্ৰমণৰ চক্ৰান্তত জড়িত ডাউদ-আই এছ আই

May 30, 2026
Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

Rajasthan murder case : ৱেব ছিৰিজ চাই পাঁচ মাহ ধৰি হত্যাৰ পৰিকল্পনা নাবালক পুত্ৰৰ, ৰাজস্থান হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

May 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT