ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ব্ৰিটেইনত মধ্য বয়সীয়া মহিলাসকল কৰোনাত বেছিকৈ আক্ৰান্ত

Staff Reporter by Staff Reporter
March 25, 2021
Reading Time: 1 min read
A A
0
আকৌ শংকাত মহানগৰবাসীঃ “ক’ভিড” হৈছে শক্তিশালী-

Computer image of a coronavirus

logo new 2 1 1 4 9 | ASSAM TIMES POST

RELATED POSTS

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

নিউজ ডেস্কঃ

যুৱতী আৰু বয়সস্থসকলৰ তুলনাত ব্রিটেইন মধ্য বয়সীয়া মহিলাসকলেই কৰোনাত বেছিকৈ আক্ৰান্ত হৈছে। এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।

বিগত বছৰত প্রায় প্রতিদিনে ১০০০ কৰোনা ৰোগী ব্রিটেইনত হস্পিটেলত ভর্তি হৈছে। তাৰ ভিতৰত ৭০ শতাংশ সম্পূৰ্ণ সুস্থ হোৱা নাই। পাঁচ মাহ পিছত পুনৰ তেওঁলোক কৰোনাত আক্রান্ত হৈছে। তাৰ ভিতৰত মধ্য বয়সীয়া মহিলাসকলেই বেছি।

গ্লাছগো বিশ্ববিদ্যালয়ৰ এটি সমীক্ষাত দেখা গৈছে, ৫০ বছৰৰ তলৰ মহিলাসকল শ্বাসকষ্টৰ সমস্যাসহ কৰোনাৰ একাধিক উপসর্গত দীর্ঘদিন ভুগিছে। হার্ড ইমিউনিটি সৃষ্টি নোহোৱাটো এটা ডাঙৰ কাৰণ৷ এই কথা জনাইছে লেষ্টাৰ বিশ্ববিদ্যালয়ৰ প্রফেছৰ ৰাচেল ইভান্সে। তেওঁ কয়, যুৱতীসকল সোনকালে আৰোগ্য হৈ উঠিছে। বয়সস্থসকলৰ বহুতেই মৃত্যু হৈছে।

কিন্তু মধ্য বয়সীয়াসকল সুস্থ হ’লেও শৰীৰত কৰোনাৰ একাধিক উপসর্গ দেখা গৈছে। এইক্ষেত্রত শাৰীৰিক অক্ষমতা এটা কাৰণ বুলি সমীক্ষাটোত পোহৰলৈ আহিছে।  আৰু এটি গৱেষণাত দেখা গৈছে, ১০০ জন কোভিড ৰোগীৰ ৮৫ শতাংশৰ মাজতেই ৪ ধৰণৰ স্নায়বিক ৰোগৰ সন্ধান পোৱা গৈছে।

সকলোতকৈ বেছি দেখা গৈছে ‘ব্রেন ফগ’ বা চিন্তা-ভাবনা কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱাৰ দৰে ৰোগ। ইয়াৰ উপৰি তীব্ৰ মূৰৰ বিষ, কথা লাগি ধৰা, স্বাদ আৰু ঘ্রাণশক্তি লোপ পোৱা আদি। আনকি দৃষ্টিশক্তিও কমি গৈছে। এই উপসর্গ ব্রিটেইনত মধ্য বয়সীয়া মহিলাসকলৰ মাজতেই বেছি দেখা গৈছে। আৰু এই সমস্যাৰ পৰা বাহিৰ ওলাই আহিবলৈ ৭০ শতাংশ মধ্য বয়সীয়া কোভিড আক্রান্ত মহিলাৰ প্রায় ৫ মাহ সময় লাগিছে।

Share4Tweet3Send

Related Posts

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
ADVERTISEMENT
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ
National-International

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

June 2, 2026
50
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ
National-International

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026
50
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

Student harassed : মাচুল দিব নোৱৰাৰ বাবে হাৰাশাস্তি, মৃত্যুৰ পূৰ্বে ভিডিঅ’ বাৰ্তাত বিদ্যালয়ৰ বিৰুদ্ধে অভিযোগ ছাত্ৰীৰ

June 2, 2026
Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

Immigration rules : নাগৰিকত্বৰ নিয়মৰ পিছত এইবাৰ প্ৰব্ৰজনৰ নিয়মতো সংশোধন কেন্দ্ৰৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx