ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ ভূঁঞাপট্টিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
https://youtu.be/rVO2K-lVJ00
আচিয়া বেগম নামৰ এগৰাকী মহিলাৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ।
৭০ বটল কফচিৰাফ আৰু ৪২০ টা টেবলেট উদ্ধাৰ কৰা হয়।
সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত উপপৰিদৰ্শক গৌৰৱ মহন্তৰ নেতৃত্বত চলিছিল উদ্ধাৰ অভিযান।












