ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট, উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

ASSAM TIMES POST by ASSAM TIMES POST
August 22, 2019
Reading Time: 1 min read
A A
0

RELATED POSTS

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

নগাঁওঃ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিসদে আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত তেওঁলোকৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ৰাজ্যৰ অন্যান্য জাতি জনগোষ্ঠী সমূহক প্ৰদান কৰা স্বায়ত্ব ব্যৱস্থাৰ দৰেই অনুসূচীত জাতিকো স্বায়ত্ব শাসন ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংগঠনটোৱে দাবী উত্থাপন কৰে।

স্বাধীনতাৰ ৭০ বছৰ পাছতো কোনো চৰকাৰে অনুসূচীত জাতিৰ লোকসকলৰ কল্যাণৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও তেওঁলোকে অভিযোগ কৰে ।আনহাতে বাজেটত অনুসূচীত জাতিৰ নামত আবন্টিত কোটি কোটি টকা একাংশ মন্ত্ৰী, বিধায়ক, আমোলাই আত্মসাৎ কৰা বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে।

পৰিষদৰ মূল দাবী সমূহ হৈছে- অন্যান্য জাতিৰ দৰেই অনুসূচীত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে জলপানী লাভ কৰা, স্কুল- কলেজ আদিত সকলো সা সুবিধা প্রদান আদি।উল্লেখযোগ্য যে বিগত বৰ্ষৰ অক্টোবৰ মাহত নতুন দিল্লীৰ সংসদ মাৰ্গত পৰিষদৰ একাংশ কৰ্মীয়ে স্বায়ত্ব শাসনৰ দাবীত এলানি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে চলিত বৰ্ষৰ মাৰ্চ মাহত জিলা উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল ।

এনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ পাচতো কোনো সুফল নোপোৱাত আজি পুনৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ সংগঠনটোৱে প্ৰেৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

by News Desk
September 4, 2026
50
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
53
Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ
Assam

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

by News Desk
September 3, 2026
51
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
60
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
Girl kidnapped in Moriani : মৰিয়নীত ৯ বছৰীয়া কন্যা অপহৰণ, ৬০ লাখ টকা মুক্তিপণ দাবী

57
ADVERTISEMENT
Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ
Assam

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

September 4, 2026
50
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ
National-International

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

September 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

Devashis Sarma retirement : নগাঁও জিলা আয়ুক্তৰ স্বেচ্ছামূলক অৱসৰে ৰাজনৈতিক মহলত সৃষ্টি কৰিছে ধুমুহা, কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

September 4, 2026
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

September 4, 2026
FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

FCRA bill : বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়ক পুনৰীক্ষণৰ বাবে গঠন কৰা জেপিচিৰ অধ্যক্ষ পদত বিজেপি সাংসদ

September 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d