![]()
নিউজ ডেস্কঃ
ৰাণু মণ্ডল কাম বেক। ‘চোৰি চোৰি চুপকে চুপকে’ গানটি গাই নেটিজেনসকলৰ মন পুনৰ জয় কৰিলে ৰানাঘাটৰ ৰাণু মণ্ডলে। ২০০১ চনত চলমান খান আৰু ৰাণী মুখার্জিয়ে এই ছবিখনত অভিনয় কৰিছিল।
এইবাৰ সেই গান গায়েই ছচিয়েল মিডিয়াত ৰাতিটোৰ ভিতৰতে পুনৰ জনপ্রিয় হৈ উঠিল ৰাণু মণ্ডল। গানটো সন্দৰ্ভত ইতিমধ্যেই কমেন্ট কৰিবলৈ আৰম্ভ কৰিছে বহুতেই। বহুতেই আকৌ কৈছে পুনৰ তেনেহ’লে জনপ্রিয়তাৰ শিখৰত উঠিবলৈ আগবাঢ়িছে নেকি লতা কন্ঠী ৰাণু মণ্ডল?











