ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নৰেন্দ্ৰ মোডীৰ বিদা ল’লে মমতা বেনাৰ্জীয়ে

ASSAM TIMES POST by ASSAM TIMES POST
August 22, 2019
Reading Time: 1 min read
A A
0
নৰেন্দ্ৰ মোডীৰ বিদা ল’লে মমতা বেনাৰ্জীয়ে

RELATED POSTS

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

CJP Protest : চিজেপিৰ ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী কাৰ্যসূচী আজি, দিল্লীত কটকটীয়া নিৰাপত্তা

logo atp | ASSAM TIMES POSTASSAM TIMES POST

কলকাতাঃ এগৰাকী চাহ বিক্ৰেতাৰপৰা বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা নৰেন্দ্ৰ মোডীৰ জীৱন পৰিক্ৰমাই ৰাজনীতিৰ ভিতৰে-বাহিৰে সময়ে সময়ে চৰ্চা লাভ কৰি থকাৰ মাজতে শেহতীয়াভাৱে চাহ বিক্ৰেতাৰ ৰূপত দেখা গ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক।

২০২১ চনত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰৰপৰা উপকূলীয় চহৰ দিঘা ভ্ৰমণত ব্যস্ত থকা মমতাই পূব মিদনাপুৰ জিলাৰ এখন চাহৰ দোকানতে এই অৱতাৰ ধাৰণ কৰে। গাঁৱখনৰ মাজেৰে তেওঁৰ কনভয় পাৰ হৈ যাওঁতেই এখন চাহৰ দোকান দেখি সকলোকে ৰ’বলৈ নিৰ্দেশ দিয়ে।

এটা সময়ত বাহনৰপৰা নামি গৈ দোকানখনৰ বিক্ৰেতাজনক ক্ষন্তেক বহিবলৈ দি তেওঁ নিজে চাহ কৰাত লাগি যায়। এটা সময়ত মমতা বেনাৰ্জীয়ে প্ৰস্তুত কৰা চাহৰ জুতি লয় সেই সময়ত দোকানখনত উপস্থিত থকা লোকসকলে তথা তৃণমূল কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share8Tweet3Send

Related Posts

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

by News Desk
October 16, 2026
51
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

by News Desk
October 16, 2026
51
CJP Protest : চিজেপিৰ ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী কাৰ্যসূচী আজি, দিল্লীত কটকটীয়া নিৰাপত্তা
National-International

CJP Protest : চিজেপিৰ ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী কাৰ্যসূচী আজি, দিল্লীত কটকটীয়া নিৰাপত্তা

by News Desk
October 16, 2026
51
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

by News Desk
October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

by News Desk
October 15, 2026
51
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
National-International

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

by News Desk
October 15, 2026
56
ADVERTISEMENT
Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী
National-International

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

October 16, 2026
51
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী
Guwahati

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

October 16, 2026
51
Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!
Assam

Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

October 16, 2026
51
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

October 16, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

Photo voter list : ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী– ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ যুক্তিযুক্তকৰণ আৰু সংশোধনীৰ সময়সূচী

October 16, 2026
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

October 16, 2026
Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

October 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d