ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভুলতেও এইবোৰ ৰোগক এৰাই নচলিব : হেৰুৱাব পাৰে দৃষ্টিশক্তি

ASSAM TIMES POST by ASSAM TIMES POST
January 5, 2021
Reading Time: 1 min read
A A
0
ভুলতেও এইবোৰ ৰোগক এৰাই নচলিব : হেৰুৱাব পাৰে দৃষ্টিশক্তি

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

স্বাস্থ্য প্ৰতিবেদন:

দৃষ্টিশক্তিৰ ক্ষেত্ৰত সকলোতকৈ বিপজ্জনক ৰোগবোৰ বিভিন্ন কাৰণত হ’ব পাৰে। চাওক সেইবোৰ কেনে ধৰণৰ৷

ডায়েবেটিছৰ মাত্রা:

adobestock 276205639 | ASSAM TIMES POST

স্বাভাৱিকতকৈ বেছি হ’লে শৰীৰৰ বিভিন্ন অঙ্গ আৰু ব্যৱস্থাৰ ক্ষতি হয়। চকুৰ ৰেটিনাৰ মাধ্যমেৰে ভিজুৱেল ইনফর্মেচন অপটিক নার্ভত গৈ পায়। ৰক্তত ছুগাৰ বাঢ়িলে ৰেটিনাৰ সৰু ৰক্তবাহ ক্ষতিগ্রস্ত হয়, সৰু ৰক্তজালক ফালি যায়।

তাৰ পৰা ৰক্ত আৰু অন্যান্য তৰল লিক কৰে। ফলত ৰেটিনাৰ টিছু ফুলি উঠে। দৃষ্টি জাপ খাই আহে। ডায়েবেটিছৰ অন্যতম ক্ষতিকৰ দিশ হ’ল ৰেটিনোপেথি, য’ৰ পৰা অন্ধত্ব আহিব পাৰে।

এই ক্ষতি আৰম্ভ হয় খুব সূক্ষ্মভাবে, কিন্তু সময়ৰ লগে লগে ক্রমশ বৃদ্ধি পায়। দীর্ঘদিন ডায়েবেটিছত ভুগিলে এই ৰোগৰ আশঙ্কা বাঢ়ে। ক্ষতি যিমান সোনকালে ধৰা পৰিব, চিকিৎসা আৰম্ভ হ’ব, দৃষ্টিশক্তি হেৰোৱাৰ আশঙ্কা সিমান কম।

এই ৰোগ প্রতিৰোধৰ উপায় হ’ল, ডায়েবেটিছ নিয়ন্ত্রণ কৰা, যাতে ৰক্তত শর্কৰাৰ মাত্রা বাঢ়ি ৰেটিনোপেথি বান্ধিব নোৱাৰে। সেই কাৰণে—

• নিয়ম মতে ডায়েবেটিছৰ ঔষধ খাওক আৰু ইনছুলিন লওক।
• স্বাস্থ্যকৰ খাদ্য খাওক। ৰক্তত শর্কৰাৰ মাত্রা বৃদ্ধি কৰা জাতীয় খাদ্য একেবাৰে বাদ দিয়ক।
• সদায় ক্ষমতা অনুযায়ী শৰীৰচর্চাৰ অভ্যাস গঢ়ি তুলিব লাগিব।
• নিয়ন্ত্রণত ৰাখিব লাগিব উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্রাও।
• মদ্যপান আৰু ধূমপান এৰিব লাগিব।

খাদ্য তালিকাত যেন যথেষ্ট পৰিমাণে সতেজ ফলমূল আৰু পাচলি থাকে। খোৱা-লোৱাৰ ওপৰত চকুৰ স্বাস্থ্য গভীৰভাবে নির্ভৰশীল। স্বাস্থ্যকৰ খাদ্যাভ্যাস চকুৰ সুস্থতাৰ বাবেও অপৰিহার্য।

গ্লোকোমা:

1140 blindness contact lens.web | ASSAM TIMES POSTৰোগীৰ অজানিতেই তেওঁৰ দৃষ্টিৰ বিস্তৃতি পৰিধিৰ পৰা ক্ষয় হৈ হৈ কেন্দ্রীভূত হৈ পৰে। ৰোগীয়ে হয়তো বহু দূৰ পৰ্যন্ত স্পষ্ট দেখিছে, কিন্তু সেয়া এক গোলাকাৰ নলীৰ মাজেদি দেখাৰ দৰে। ওচৰ-পাজৰৰ বস্তু দেখা নাপায়। গাড়ী চলোৱাত অসুবিধা হয়। লক্ষণ ফুটি নোলায়, সেয়ে ধৰা পৰোতেও বহু সময়ত দেৰি হৈ যায়।

ৰোগৰ কাৰণ, অপটিক নার্ভ ক্ষতিগ্রস্ত হোৱা। ক্ষতি হোৱাৰ কাৰণ চকুৰ ভিতৰত ইন্ট্রাঅকিউলাৰ প্রেছাৰ। অক্ষিগোলকৰ ভিতৰত যি তৰল থাকে, তাৰ নাম একুৱাছ হিউমাৰ। ইয়াৰ চাপ নির্দিষ্ট মাত্রা পাৰ কৰিলে অপটিক নার্ভত চাপ পৰি দৃষ্টিশক্তিৰ ক্ষতি হয়।

বিশিষ্ট চক্ষু বিশেষজ্ঞ ডাঃ সুমিত চৌধুৰীয়ে কয়, “যেতিয়া ৰোগীয়ে গম পায়, তেতিয়ালৈ ক্ষতি বহুখিন হৈ যায়। দৃষ্টিশক্তি কমি যায়, ৰোগীৰ চকু জপোৱা যেন হয়, তেতিয়া বুজিব লাগিব কেন্দ্রীয় দৃষ্টিশক্তিৰো ক্ষতি হ’বলৈ আৰম্ভ কৰিছে।

বিশেষ কোনো গ্লোকোমাৰ ক্ষেত্রত চকুৰ দৃষ্টি খুব অনুজ্জ্বল হৈ যোৱাৰ লগতে চকুত বিষ কৰা বা ৰঙা হোৱাৰ দৰে লক্ষণ দেখা যায়। চছমাৰ কাচৰ পাৱাৰ খুব কম সময়ৰ ব্যৱধানত বাৰম্বাৰ সলনি কৰাও গ্লোকোমাৰ লক্ষণ হ’ব পাৰে।

বহু সময়ত দেখা গৈছে, যিসকলৰ চকুত বেছি মাইনাছ পাৱাৰ, টাইপ টু ডায়েবেটিছ আছে, চকুত কোনো আঘাত বা আঘাত লগাৰ দৰে ঘটনা ঘটিছে, থাইৰয়েড, মাইগ্রেন, পৰিয়ালৰ কোনোবাৰ গ্লোকোমা ধৰা পৰিছে, দেহৰ ওজন খুব বেছি, বহু দিন ধৰি ষ্টেৰয়েডজাতীয় ঔষধ খালেও এই ৰোগৰ আশঙ্কা বেছি।”

ৰোগ নির্ণয়ৰ পদ্ধতিত তেওঁ কয়, “প্রথমতে ৰোগীৰ চকুৰ চাপ বা আইঅপি চেক কৰা হয়। আইঅপি চোৱাৰ পিছত গোনিঅস্কোপিৰ মাধ্যমেৰে চকুৰ ভিতৰৰ কোণ বা এঙ্গল অফ এন্টেৰিয়ৰ চেম্বাৰ পৰীক্ষা কৰা হয়।

ইয়াৰ মাধ্যমেৰে গ্লোকোমাক অপেন এঙ্গল বা ক্লজড এঙ্গল গ্লোকোমাত ভাগ কৰা হয়। অপেন এঙ্গল হ’লে বুজিব লাগিব চকুৰ ভিতৰত একুৱাছ হিউমাৰৰ চাপ বাঢ়িছে, কিন্তু তৰল বাহিৰ ওলোৱাৰ পথ খোলা আছে।

ক্লজড এঙ্গলৰ ক্ষেত্রত এই পথটি বন্ধ হৈ যায়। চকুত বহু সময়ত বিষ হয়, ৰঙা হয় আৰু চছমাৰ পাৱাৰ সলনি কৰিবলগা হয়।”
এই ক্ষেত্ৰত ডাঃ চৌধুৰীয়ে কয়, “ৰোগটো যিমান আগতে ধৰা পৰে, সিমান দ্রুতভাৱে ক্ষতি ৰোধ কৰাটো সম্ভৱ।

যিমানখিনি দৃষ্টিশক্তি নষ্ট হৈছে, সেয়া পুনৰ ঘূৰি নাহে, কিন্তু অৱশিষ্ট দৃষ্টিশক্তি সুৰক্ষিত ৰাখিব প ৰাযায়। এই পদ্ধতিত চিকিৎসকে কেৱল প্রেছক্রিপচনেই দিয়ে, বাকীখিনি নির্ভৰ কৰিছে ৰোগী আৰু তেওঁৰ পৰিয়ালৰ সতর্কতাৰ ওপৰত।

নিয়ম মানি ঔষধ প্রয়োগ কৰি চলাৰ লগে লগে নির্দিষ্ট সময়ৰ ব্যৱধানত চকু পৰীক্ষা কৰাব লাগিব। তেতিয়াহে প্রতিৰোধ কৰা সম্ভৱ গ্লোকোমাজনিত দৃষ্টিহীনতা।”

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

May 8, 2026
50
আজিয়েই যৱনিকা পৰিব নেকি বিজেপি-জেডিইউৰ মধুচন্দ্রিকাৰ? বিহাৰৰ ৰাজনীতিত নতুন মোৰ
National-International

Nitish Kumar I বিহাৰৰ মন্ত্ৰী হ’ল নীতিশ পুত্ৰ নিশান্ত, বিজেপি-জেডিইউৰ মন্ত্ৰীসভাত আৰু ৩১ গৰাকীৰ শপত গ্ৰহণ

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

‎ট্ৰাম্পৰ শুল্কৰ সন্দৰ্ভত আদালতৰ মন্তব্য I বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা ১০ শতাংশ শুল্ক অবৈধ আৰু আইন বিৰুদ্ধ 

May 8, 2026
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

‎মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ! আমেৰিকা আৰু ইৰাণৰ মাজত গুলীয়াগুলী

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx