![]()
নিউজ ডেস্কঃ
এক মিনিটৰ ভিতৰত ইউএইত সৰ্বাধিক সংখ্যক বিমানৰ অন্তিম অংশ চিনাক্ত কৰা ১২ বছৰীয়া ভাৰতীয় কিশোৰ সিদ্ধান্ত গামবাৰৰ নাম ২৪ ডিচেম্বৰত গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে। সিদ্ধান্ত গামবাৰ ভাৰতৰ হাৰিয়ানাৰ বাসিন্দা।
উল্লেখ যোগ্য যে, এই বিস্ময় কিশোৰজনে ৬০ ছেকেণ্ডত ৩৯ খন বিমানৰ পিছৰ অংশ চিনাক্ত কৰাৰ লগতে ১০০টা ওখ ভৱন চিনাক্ত কৰা কনিষ্ঠতম ভাৰতীয় এই কিশোৰজনেই।












