![]()
নিউজ ডেস্কঃ
১৫ বছৰ আগতে গাড়ী দুর্ঘটনাত ব্রেইন হেমাৰেজ হৈ সম্পূৰ্ণ ১৫ বছৰ ভেন্টিলেটৰত আছে চৌদিৰ এজন ৰাজপুত্র প্রিন্স আল-ওয়ালিব বিন খালিদ আল-চৌদ।
২০০৫ চনত সামৰিক কলেজত পঢ়াৰ সময়ত এক দুর্ঘটনাত তেওঁ কমালৈ গুচি যায়। প্রায় ১৫ বছৰ ধৰি কমাত থকা এই চৌদি ৰাজপুত্রই অৱশেষত তেওঁৰ পৰিয়ালৰ বাবে এটি আশাৰ ইঙ্গিত দিলে। বিছনাৰ ওচৰত থকা কোনো এজন দর্শণার্থীক মাতি হাত লৰাই ইংগিত দিয়ে প্রিন্স আল-ওয়ালিব বিন খালিদ আল-চৌদে। ব্যক্তিগৰাকীৰ কথাৰ প্ৰতিক্ৰিয়া হিচাপে প্রথমে দুটি আঙুলি লৰায় ৰাজপুত্রজনে।












