ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নখৰ সংক্ৰমণ বা নখচুকীয়াৰ সমস্যা? পঢ়ক এই প্ৰতিবেদন

ASSAM TIMES POST by ASSAM TIMES POST
December 29, 2020
Reading Time: 1 min read
A A
0
নখৰ সংক্ৰমণ বা নখচুকীয়াৰ সমস্যা? পঢ়ক এই প্ৰতিবেদন

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

নখত বিভিন্নধৰণৰ সংক্ৰমণ অৰ্থাৎ সাধাৰণ অৰ্থত নখচুকীয়া হয়ে। অৱশ্যে এই সমস্যা বয়স্ক আৰু কিশোৰসকলৰ ক্ষেত্রত বেছি। আনহাতে, যিসকলৰ ডায়েবেটিছ থাকে, যিসকলৰ ভৰিত ঘাম বেছি হয় তেওঁলোকৰ নখচুকীয়াৰ সমস্যা বহু বেছি হয়।

ভুলভাবে নখ কাটিলে সমস্যা হ’ব পাৰে। বেঁকাকৈ নখ কাটিলে নখৰ বৃদ্ধি অন্যদিশে হয়। তাৰ পৰাও নখচুকীয়াৰ সমস্যা হয়। সেয়ে নখ সমানভাবে কাটক।

খুব বেছি টাইট জোতা, মোজা বা ষ্টকিংছ পিন্ধিলেও নখৰ বৃদ্ধিতে সমস্যা হয়। তাৰ পৰাও নখত সংক্ৰমণ হয়, নখ পচি যোৱাৰ দৰে সমস্যাও হয়।

ভৰিৰ নখত কোনো আঘাত বা বিষ পালেও নখচুকীয়া হ’ব পাৰে। যদি অসাৱধানতাবশত কেনেবাকৈ ভৰিত আঘাত পায়, ভৰিৰ ওপৰত যদি গধুৰ কিবা বস্তু পৰে যায়, তেনেহ’লেও নখচুকীয়া হোৱাৰ আশঙ্কা আছে।

যিসকলে ফুটবল খেলে তেওঁলোকৰ নখচুকীয়া হোৱাৰ সুবিধা খুব বেছি। যিসকল বেলে নৃত্যশিল্পী, কিকবক্সিং কৰে বা ফুটবলাৰ হয় তেওঁলোক এই সমস্যাত বেছি ভোগে। তাৰ লগতে ভৰিত বিভিন্ন ধৰণৰ ফাঙ্গাছ ইনফেকচনো হয়।

নখত সংক্ৰমণ যিকোনো সময়তে হ’ব পাৰে। জানি লওক কেনে ধৰণৰ সাৱধানতা ল’ব-

নখ শুষ্ক আৰু পৰিষ্কাৰ কৰি ৰাখক:

cay mo ban chan 2 | ASSAM TIMES POSTনিজকে পৰিষ্কাৰ কৰি ৰখাটো অত্যন্ত জকুকী। নিজৰ নখ পৰিষ্কাৰ থাকিলে কোনো ৰোগৰ বীজাণুৱে বাহ লোৱাৰ সুযোগ নাপায়। প্রতিদিনে কুহুমীয়া গৰম নেমুৰ ৰস আৰু চাবোন মিহলোৱা পানীৰে দুবেলা হাত আৰু ভৰিৰ নখ পৰিষ্কাৰ কৰক। কিছু সময় চাবোন পানীত হাত আৰু ভৰিৰ নখ ডুবাই ৰখাৰ পিছত নৰম ব্রাছেৰে ঘঁহি থাকক। তাৰ ফলত নখৰ ময়লা দূৰ হ’ব। হাত আৰু ভৰিৰ নখ নিয়মিত এনেদৰে পৰিষ্কাৰ কৰিলে কোনো ধৰণৰ সংক্ৰমণ নহয়।

সময়মতে নখ কাটিব:

5a8de60d56019aa6058b4639 | ASSAM TIMES POSTনখত যাতে কোনো সংক্ৰমণ নহয় তাৰ বাবে নখ কটাও জৰুৰী। বহুতেই হাতৰ নখ দীঘলকৈ ৰাখে। তেনে ক্ষেত্রত নখ বহু বেছি পৰিষ্কাৰ কৰি ৰখা প্ৰয়োজন। নহ’লে সমস্যাত পৰিব পাৰে। ভৰিৰ নখ অৱশ্যেই কটা উচিত। তাকো নিয়মমতে।

ভৰিৰ নখেই বেছিভাগ ক্ষেত্রত সংক্ৰমণৰ কাৰণ নহয় কিন্তু। আচলতে ভৰিৰ নখ দীঘলকৈ ৰাখিলে ভাঙি যোৱাৰ সম্ভাৱনাও প্রবল। সেয়ে ভৰিৰ নখ নৰখাই ভাল। কিন্তু ব্লেডেৰে নখ নাকাটিব। সকলো সময়তে নেইল কাটাৰ ব্যৱহাৰ কৰক।

সঠিক জোতা পিন্ধক:

ভৰিৰ নখৰ যত্ন লোৱাটো খুব প্ৰয়োজন। তাৰবাবে সঠিক জোখৰ জোতা পিন্ধাটো খুব জৰুৰী। অনলাইনত জোতা কিনিলে চার্ট চাই সঠিক জোখৰ জোতা কিনক। সঠিক জোখৰ জোতা পিন্ধিলে নখত চাপ নপৰে। তাৰ উপৰি এনে জোতা কিনা প্ৰয়োজন যাৰ যোগেদি বায়ু চলাচল কৰিব পাৰিব। তেতিয়াহ’লে সংক্ৰমণ হোৱাৰ সম্ভাৱনা বহুখিনি কমিব।

সতর্ক থকাটো জৰুৰী:

বহুতেই সঠিকভাবে নখ কাটিব নোৱাৰে। নখ কাটোতে সেয়ে কটাৰ সম্ভাৱনা থাকে বহু সময়ত। ফলত ক্ষতস্থানত বীজাণুৱে অতি সহজে বাহ লয়। সেয়ে নখ কটাৰ সময়ত খুব সতর্ক থকা দৰকাৰ। অতি চুটিকৈ নখ কটাৰ কোনো প্ৰয়োজন নাই। অলপ দীঘলকৈ নখ ৰাখক।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx