![]()
নিউজ ডেস্কঃ
প্রবীণ বিমান যাত্রীসকলৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰে কৰিছে এক ডাঙৰ ঘোষণা। উপহাৰস্বৰূপে প্রবীণ যাত্রীসকলৰ বিমান টিকটৰ ভাড়া কমাই কৰা হ’ল অর্ধেক। বিমান মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, ৬০ বছৰৰ ঊৰ্ধৰ যিকোনো প্রবীণ ব্যক্তিয়ে এয়াৰ ইণ্ডিয়াৰ বিমান সেৱাৰ ক্ষেত্রত অর্ধেক মূল্যত টিকট পাব। এই বিষয়ে বিশদ তথ্য লাভ কৰিব পাৰিব বিমান মন্ত্ৰালয়ৰ ৱেবচাইটত।










