ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : শীতকালত কোষ্ঠকাঠিন্যৰ সমস্যা কিয় বাঢ়ে? প্রতিকাৰ কি?

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : শীতকালত কোষ্ঠকাঠিন্যৰ সমস্যা কিয় বাঢ়ে? প্রতিকাৰ কি?

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

শীতকালত যেনে খোৱা-লোৱা বেছি হয়, তেনেদৰে গেছ-এচিডিটিও বেছি হয়। আনকি গৰম পোছাক বেছিসময় পিন্ধি থকাত পেট গৰমৰ দৰে সমস্যা হয়। আৰু হয় কোষ্ঠকাঠিন্যৰ সমস্যা। যিসকলৰ গোটেই বছৰ সমস্যা নহয়, তেওঁলোকো কিন্তু এই শীতত এবাৰ হ’লেও কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিবলগা হয়।

ইয়াৰ উপৰি যিসকলৰ কোষ্ঠকাঠিন্য হয় তেওঁলোকেহে বুজি পায় কেনে কষ্ট। কোষ্ঠকাঠিন্য হ’লে পেট পৰিষ্কাৰ নহয়। ফলত গেছ অনবৰতে থাকে। লগতে খোৱাৰ কোনো ৰুচি নাথাকে। আৰু কোষ্ঠকাঠিন্য হ’লে পেট, কঁকালৰ বিষ থাকে।

বিষ হয় মলদ্বাৰতো। দীর্ঘদিন কোষ্ঠকাঠিন্যত ভুগিলে তাৰ পৰা কোলন কেন্সাৰো হ’ব পাৰে। সেয়ে এই শীতত খোৱা-লোৱাক লৈ সকলোৱেই সচেতন হৈ থাকিব লাগিব৷ যিসকলে নিয়মিত ঔষধ খায় তেওঁলোকৰ শীতত এই সমস্যা অলপ বেছিয়েই হয়। শীতকালত পানী প্রয়োজনৰ তুলনাত কম খোৱা হয়। তাৰ পৰাও সমস্যা হ’ব পাৰে।

constipation | ASSAM TIMES POST

ত্রিফলা

ত্রিফলাৰ পানী অতি উত্তম। খাবলৈ অলপ কেঁহা যদিও গুণত উত্তম। উপকাৰ পাব।

প্রচুৰ পৰেমাণে পানী খাওক

প্রচুৰ পৰিমাণে পানী খাব লাগে। কিন্তু বেছি গৰম পানী নাখাব। দিনটোৰ আৰম্ভণি কুহুমীয়া পানীত নেমু মিহলাই খাই কৰক৷ উপকাৰ পাব। লগতে নিয়মিত খোজকাঢ়ক। চুপ বেছিকৈ খাওক। কোষ্ঠকাঠিন্যৰ সমস্যাত খুব ভাল কাম দিয়ে বিনা চেনিৰ ক’লা কফিয়ে।

ইলাচি

এটা ডাঙৰ ইলাচি এক কাপ গৰম গাখীৰত গোটেই ৰাতি ভিজাই ৰাখক। পুৱা টোপনিৰ পৰা উঠ এই ইলাচিটো থেতেলিয়াই গাখীৰৰ সৈতে খাওক। মাৰাত্মক ধৰণৰ কোষ্ঠকাঠিন্যৰ সমস্যাত পুৱা আৰু নিশা এনেদৰে ইলাচি-গাখীৰ খাব পাৰিলে দ্রুততাৰে উপকাৰ পাব। বাঁওফালে কাটি হৈ শুলেও কোষ্ঠকাঠিন্যৰ সমস্যা কমে।

ফাইবাৰ খাওক

প্রতিদিনে পকা অমিতা, আপেল খাওক। ইয়াৰ উপৰি প্রচুৰ পৰিমাণে শাক-পাচলি খাওক। দাইল খাওক। অমিতা দিয়া দাইল খাব পাৰিলে খুব ভাল। তেল-মচলা দিয়া খাদ্য এৰাই চলক। চুপ, জুইচ বেছিকৈ খাওক। চালাড খাওক। ইয়াৰ উপৰি গোবিন্দভোগ চাউলৰ ভাত বেছি নাখাব। বৰং ৰুটি খাওক। সকলো পাচলি একেলগে মিহলাই ৰান্ধক। চিৰা, মুড়ি আদি বেছিকৈ খাওক।

ভাল টোপনিৰ দৰকাৰ

পেট পৰিষ্কাৰৰ বাবে খুব ভাল টোপনিৰ দৰকাৰ। টোপনি ভাল হ’লেই বহু সমস্যাৰ সমাধান হয়। খোজকাঢ়ক বা দৌৰক। খাই উঠিয়েই টোপনি নাযাব। নিশা খাদ্য খোৱাৰ পিছত অন্তত দুঘন্টা পিছত শোৱক।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন
DIPHU

KAAC Foundation day : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস, ডিফুত উলহ-মালহেৰে উদযাপন

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx