ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : পাহৰি যোৱাৰ অভ্যাস আছে নেকি? এইকেইটা কাম কৰক

ASSAM TIMES POST by ASSAM TIMES POST
November 16, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : পাহৰি যোৱাৰ অভ্যাস আছে নেকি? এইকেইটা কাম কৰক

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

স্বাস্থ্য প্ৰতিবেদন:

আজিকালি খুব কম বয়সতে মানুহৰ স্মৃতি দুর্বল হৈছে। যদি আপোনাৰ স্মৃতিশক্তি দুর্বল হয়, তেতিয়াহ’লে নল’ব, এনে কেইটামান সহজ উপায় আছে যাৰ দ্বাৰা আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব পাৰে।

মস্তিস্কৰ উন্নতি কৰাৰ বাবে ডায়েটত অন্তর্ভুক্ত কৰক :

Senior Nutrition Tips | ASSAM TIMES POST

আপোনাৰ ডায়েটত অধিক পৰিমাণে গ্রিন টি, ব্লুবেৰী, বন্ধাকবি, ব্রকলি, ফুলকবি, ডার্কচকলেট আৰু হালধি যুক্ত কৰক।

অধিক শোৱক :

tumblr inline o4wrawHfaG1s078kg 1280.png.cf 1 | ASSAM TIMES POST

মনক তীক্ষ্ণ কৰিবলৈ পর্যাপ্ত বিশ্রামৰো দৰকাৰ। আপুনি যদি পর্যাপ্ত শুব নোৱাৰে তেতিয়া স্মৃতিশক্তি হেৰুৱাই পেলাব। আৰাম কৰক যাতে নিজৰ মনটোক সজাগ কৰি ৰাখিব পাৰে।

মানসিক অনুশীলন কৰক :

how motivation related to phychology | ASSAM TIMES POSTআপুনি মস্তিষ্ককক প্ৰত্যাহ্বান জনাই মস্তিষ্কক তীক্ষ্ণ কৰিব পাৰে। যিমান সম্ভৱ অধ্যয়ন কৰক। অধ্যয়ন প্রাথমিক পৰ্যায়ৰ এটি ভাল মানসিক অনুশীলন। শব্দ ভাণ্ডাৰ বঢ়াওক, অভিধানৰ পৰা এনে শব্দ শিকক যিয়ে আপোনাক প্রতিদিনে নতুন শব্দ মনত পেলাই দিয়ে। ই আপোনাৰ মস্তিষ্কৰ স্মৃতিশক্তি বঢ়ায়।

ব্যায়াম : 

1140 group exercise streching | ASSAM TIMES POSTস্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ব্যায়াম কৰিলে আপোনাৰ হৃদস্পন্দন বৃদ্ধি হয় যিয়ে আপোনাৰ মস্তিস্কত ৰক্ত ​​প্রবাহক বৃদ্ধি কৰে, যিয়ে আপোনাৰ স্মৃতিশক্তি বঢ়ায়। কমপক্ষেও ৩০ মিনিটৰ বাবে ব্যায়াম কৰক, নিজৰ সুবিধা অনুযায়ী।

চেনি কম ব্যৱহাৰ কৰক :

main cravings stock colors gettyimages 637493080 1502368442 | ASSAM TIMES POSTএটি গৱেষণাযত দেখা গৈছে যে যিসকলে চেনি বেছি ব্যৱহাৰ কৰে তেওঁলোকৰ স্মৃতিশক্তি খুব কম হয়। গতিকে ভাল স্মৃতি শক্তিৰ বাবে চেনিৰ ব্যৱহাৰ নিয়ন্ত্রণ কৰাটো গুৰুত্বপূর্ণ।

ৰুটিন বনাই লওক :

time management concept efficient use worktime set schedule ss FEATURED | ASSAM TIMES POSTকাম কৰাৰ বাবে এখন ৰুটিন বনাওক। এই ৰুটিন মতে কাম কৰিবলৈ চেষ্টা কৰক। বহুত উপকাৰ হ’ব।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx