ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

১০০ গ্ৰাম গাঞ্জাৰ সৈতে আটক প্ৰীতিকা চৌহানঃ সোনকালে প্ৰেৰণ কৰা হ’ব জেললৈ

ASSAM TIMES POST by ASSAM TIMES POST
October 26, 2020
Reading Time: 1 min read
A A
0
১০০ গ্ৰাম গাঞ্জাৰ সৈতে আটক প্ৰীতিকা চৌহানঃ সোনকালে প্ৰেৰণ কৰা হ’ব জেললৈ

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

নিউজ ডেক্স:

গাঞ্জাসহ গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় টিভি অভিনেত্ৰী প্ৰীতিকা চৌহান। প্ৰীতিকা চৌহানৰ সৈতে তেওঁৰ সতীৰ্থ আন এগৰাকীকো এন চি বিয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ। ১০০ গ্ৰাম গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী গৰাকীক আৰু অহা ৮ নৱেম্বৰ তাৰিখে তেওঁক প্ৰেৰণ কৰা হ’ব জেললৈ।

Priyanka Chauhan 1200 | ASSAM TIMES POSTকেইবাখনো হিন্দী ধাৰাবাহিক ক্ৰমে সাৱধান ইণ্ডিয়া, চি আই ডি, সংকটমোচন হনুমানৰ সমান্তৰালকৈ মা বৈষ্ণোদেৱী ধাৰাবাহিকখনৰ ভূমিকা দেৱীৰ চৰিত্ৰও ৰূপায়ন কৰিছিল প্ৰীতিকা চৌহানে।

ঘটনা সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠান এ এন আই–এ কয়, ‘‘মুম্বাই জ’নেল ইউনিটৰ এটা দলে ৯৯ গ্ৰাম গাঞ্জাসহ দুগৰাকী ব্যক্তিক আটক কৰিছে। আটক হোৱা দুগৰাকী হৈছে ক্ৰমে ফেইজল আৰু টিভি অভিনেত্ৰী প্ৰীতিকা চৌহান।

দুয়োকে গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়। – এনচিবি।’’ উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা মুম্বাই আৰু পাৰ্শ্বৱৰ্তী স্থানসমূহত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নাৰ্ক’টিক কন্ট্ৰ’ল ব্যূৰ’ৱে অৰ্থাৎ এন চি বিয়ে। বলীউড অভিনেত্ৰী দীপিকা পাডুকন, ছাৰা আলী খান, ৰাকুল প্ৰীত সিং আৰু শ্ৰদ্ধা কাপুৰকো সোধা–পোছা কৰিছিল এনচিবিয়ে।

Tags: featured3
Share4Tweet3Send

Related Posts

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

by News Desk
June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

by News Desk
June 27, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

by News Desk
June 27, 2026
50
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ
National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

by News Desk
June 27, 2026
50
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

by News Desk
June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

by News Desk
June 27, 2026
50
ADVERTISEMENT
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026
‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT