ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক্ৰমাগত দুটা শতক : আইপিএলত ৰেকর্ড শিখৰ ধৱনৰ

Staff Reporter by Staff Reporter
October 21, 2020
Reading Time: 1 min read
A A
0
ক্ৰমাগত দুটা শতক : আইপিএলত ৰেকর্ড শিখৰ ধৱনৰ

logo new 2 1 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

নিউজ ডেস্কঃ

আইপিএলৰ ইতিহাসত প্রথম বেটছমেন হিচাবে ক্ৰমাগত দুখন মেচত শতক অৰ্জন কৰি ৰেকর্ড সৃষ্টি কৰিলে দিল্লীৰ অপেনাৰ শিখৰ ধৱনে। আইপিএলত দুটা শতক পূৰ্বতে কৰেছে বিৰাট কোহলি, হাচিম আমলা, ক্রিছ গেইল আৰু শ্বেন ৱাটছনেও। কিন্তু তেওঁলোক কোনোৱেই ধৱনৰ দৰে ক্ৰমাগত দুখন মেচত চেঞ্চুৰি কোবাব পৰা নাই।

এইবাৰৰ টুর্নামেন্টত তেওঁ প্ৰথমটো শতক অৰ্জন কৰে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে৷ উক্ত মেচত তেওঁ অপৰাজিত ১০১ ৰানৰ ইনিংছ খেলিছিল। আনহাতে, মঙ্গলবাৰে কিংছ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে ৬১ বলত ১০৬ ৰানৰ ইনিংছ খেলে ধৱনে।আনহাতে, আইপিএলত ৫ হাজাৰ ৰানো সম্পূর্ণ কৰিলে দিল্লীৰ বর্ষীয়ান ক্রিকেটাৰজনে।

Share4Tweet3Send

Related Posts

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়
Assam

Assam Election Exit Poll : অসমত পুনৰ আহিব নেকি বিজেপি চৰকাৰ, এগজিট প’লে কি কয়

by News Desk
April 29, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
ADVERTISEMENT
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
National-International

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
50
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!
National-International

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026
50
‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২
National-International

‎যুদ্ধবিৰতি উলংঘন কৰি লেবাননত ইজৰাইলৰ আক্ৰমণ, নিহত ১২

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
Assam Byelections 2024 : উপ-নিৰ্বাচনৰ প্ৰস্তুতি, ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

‎পশ্চিম বংগৰ ১৫টা বুথত পুনৰ নিৰ্বাচন আৰম্ভ

May 2, 2026
ক্ষমতা হাতত ৰখাৰ বাবে ভোটিং মেচিন বাজেয়াপ্ত কৰাৰ নির্দেশ দিছিল ট্রাম্পে!

‎ইৰাণৰ লগত হোৱাত যুদ্ধত সহায় নোপোৱাত ডাঙৰ সিদ্ধান্ত ট্ৰাম্পৰ I ইউৰোপৰ দেশৰ পৰা ৫০০০ সেনা প্ৰত্যাহাৰ!

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx