ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

যোগী চৰকাৰৰ মিছন শক্তি : দুদিনত ১৪জন ধর্ষণকাৰীৰ ফাঁচি, ২০ জনৰ যাৱজ্জীৱন কাৰাদণ্ড

News Desk by News Desk
October 20, 2020
Reading Time: 1 min read
A A
0
যোগী চৰকাৰৰ মিছন শক্তি : দুদিনত ১৪জন ধর্ষণকাৰীৰ ফাঁচি, ২০ জনৰ যাৱজ্জীৱন কাৰাদণ্ড

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

নিউজ ডেস্কঃ

যোগী আদিত্যনাথ চৰকাৰৰ মিছন শক্তি অভিযানে মহিলা আৰু শিশুসকলৰ ওপৰত অপৰাধ সংঘটিত কৰাসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ আৰম্ভ কৰি দিছে। মহিলাসকলৰ সুৰক্ষাৰ বাবে নৱৰাত্রিৰ প্রথম দিনাৰ পৰা আৰম্ভ হোৱা অভিযান অনুযায়ী, এই পর্যন্ত ১৪ দোষীক ফাঁচিৰ শাস্তি শুনোৱা হৈছে।

উত্তৰ প্ৰদেশত মিছন শক্তি আৰম্ভ হোৱাৰ পিছত ৰাজ্য চৰকাৰে মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে অপৰাধকাৰীসকলৰ শাস্তি পোৱাৰ পৰিসংখ্যা জাৰি কৰিছে। প্রাপ্ত তথ্য অনুযায়ী, বিগত এক বছৰত মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে অপৰাধ কৰা ১৪ জন দোষীৰ ফাঁচিৰ শাস্তি হৈছে।

উত্তৰ প্রদেশৰ গৃহ সচিব অবনীশ কুমাৰ অৱস্থিয়ে জনায়, আঠটা গোচৰত ২২ অভিযুক্তক জে’ল আৰু জৰিমনাৰ শাস্তি শুনোৱা হৈছে। ২৮টা গোচৰৰ শুনানি আৰম্ভ হোৱা নাই। মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধত জড়িত ৮৮টা গোচৰত ১১৭ অভিযুক্তৰ জামিন খাৰিজ কৰা হৈছে।
আনহাতে, ১১টা গোচৰত ২০ অভিযুক্তক আজীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে। গৃহ সচিবে কয়, মিছন শক্তি অভিযান অনুযায়ী, মহিলা আৰু শিশুৰ সৈতে অপৰাধ কৰা ব্যক্তিসকলে শাস্তি আৰু দ্রুতগতিত যাতে পায়, সেইটোৰ ওপৰত কাম চলিছে।

উল্লেখ্য যে ফাঁচিৰ শাস্তি পোৱা অপৰাধীসকল উত্তৰ প্রদেশৰ হাপুড়, মুজফৰনগৰ, লক্ষ্ণৌ, আমৰোহা, বেৰেলি আৰু ৰামপুৰৰ বাসিন্দা। লক্ষ্ণৌত ছয় বছৰীয়া নাবালিকাক ধর্ষণ কৰি হত্যা কৰাৰ দোষী বাবলুক ফাঁচিৰ শাস্তি দিয়া হৈছে। ইয়াৰ উপৰি ধর্ষণ কৰা ২০ জন দোষীক আজীৱন কাৰাদণ্ডৰ শাস্তি শুনোৱা হৈছে।

Tags: fe
Share4Tweet3Send

Related Posts

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

by News Desk
June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

by News Desk
June 27, 2026
50
Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ
National-International

Operation Amistad : ভূমিকম্পৰ পিছত ভেনিজুৱেলালৈ সাহায্য প্ৰেৰণৰ বাবে অপাৰেচন অমিষ্টাদ আৰম্ভ ভাৰতৰ

by News Desk
June 27, 2026
50
Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি
National-International

Earthquake in Venezuela : ভেনিজুৱেলাৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু ৯২০ : উপগ্ৰহৰ ছবিত দেখিবলৈ পোৱা গ’ল ক্ষয়-ক্ষতি

by News Desk
June 27, 2026
50
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ
National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

by News Desk
June 27, 2026
50
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

by News Desk
June 27, 2026
50
ADVERTISEMENT
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত
National-International

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

‎India Exim Bank : ২০৩০ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱ্য ৰপ্তানি ১.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা : এক্সিম বেংকৰ অধ্যয়ন
Economy

Assam Times Post is an Online Assamese and English News Portal from Assam.

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

Delhi car blast : দিল্লীৰ গাড়ী বোমা বিস্ফোৰণৰ চাৰ্জশ্বীটত আৰু ৩ কাশ্মীৰীৰ নাম, পলাতক শিশু চিকিৎসকো তালিকাত

June 27, 2026
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT