ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

২০২১ চনৰ মাজভাগৰ পূৰ্বে বিশ্বত ক’ৰোনা ভেকছিন বিতৰণ সম্ভব নহয় : বিশ্ব স্বাস্থ্য সংস্থা

ASSAM TIMES POST by ASSAM TIMES POST
September 5, 2020
Reading Time: 1 min read
A A
0
২০২১ চনৰ মাজভাগৰ পূৰ্বে বিশ্বত ক’ৰোনা ভেকছিন বিতৰণ সম্ভব নহয় : বিশ্ব স্বাস্থ্য সংস্থা

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

Worker Harassment : বিয়াৰ দিনাও ৰক্ষা নাপালে কামৰ পৰা, অফিচলৈ যাবলগা হ’ল কৰ্মচাৰী দৰা

নিউজ ডেক্স: 

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে যুঁজ অব্যাহত আছে৷ এই ভাইৰাছক প্ৰতিহত কৰিবলৈ সমগ্ৰ বিশ্বত বিজ্ঞানীসকলে পৰীক্ষা অব্যাহত ৰাখিছে৷ এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ মত প্ৰকাশ কৰিছে যে ২০২১ চনৰ মাজভাগৰ পূৰ্বে বিশ্বত ক’ৰোনা ভেকছিন বিতৰণ কার্যত সম্ভব নহয়।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বৈজ্ঞানিক সৌম্য স্বামীনাথনে এই কথা প্ৰকাশ কৰিছে৷ মন কৰিব লগা যে বহু ভেকছিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা এই বছৰৰ শেষলৈহে হ’বগৈ৷ তাৰ প্ৰতি লক্ষ্য কৰিয়েই এই সময়সীমা ৰখা হৈছে বুলি জনাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বৈজ্ঞানিক সৌম্য স্বামীনাথনে কয়৷ এইখিনিতে সততে উদয় হোৱা প্ৰশ্নটো হ’ল—-

বিশ্বত ক’ৰোনাৰ ভেকছিন কেতিয়া উপলব্ধ হ’ব?

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বৈজ্ঞানিক সৌম্য স্বামীনাথনে কয় যে ২০২১ চনৰ মাজভাগত নাইবা ২০২১ চনৰ দ্বিতীয় ভাগত অথবা দ্বিতীয় বা তৃতীয় ত্রৈমাসিকত বিশ্বজুৰি ক’ৰোনাৰ ভেকছিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে৷ সেই সময়ত দেশবোৰে নিজৰ জনসাধাৰণক টীকা প্ৰদান কৰিব পাৰিব বুলি তেওঁ জনাইছে৷ বহু ভেকছিন তৃতীয় পৰ্যায়ৰ পৰীক্ষা এই বছৰ শেষত হ’বগৈ৷

তেওঁ লগতে জানিবলৈ দিয়ে যে কোনো কোনো ভেকছিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’লেও বহু ভেকছিনৰ পৰীক্ষা এই বছৰৰ অন্তিম ভাগত শেষ হ’ব৷ যিসমূহৰ পৰীক্ষা হৈছে তাৰ ৰিপৰ্ট পাব বছৰৰ শেষত৷ ইয়াৰ লগতে তেওঁ কৈছে যে তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলা ভেকছিনবোৰৰ ৰিপৰ্ট এই বছৰৰ শেষৰ ভাগত বা আগন্তুক বৰ্ষৰ প্ৰথম ভাগলৈ পাব৷

তাৰ পিছতে সেই ভেকছিনবোৰৰ ডজ তৈয়াৰ হ’ব৷ ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে ভাৰতে ক’ৰোনাৰ টিকা পাবলৈ এবছৰ সময় আছে৷ সৌম্য স্বামীনাথনে কৈছিল ভাৰতে ক’ৰোনাৰ টীকা পাবলৈ এবছৰ অপেক্ষা কৰিব পাৰে৷ কিয়নো ভাৰতে ক’ৰোনাৰ প্রতিষেধক প্ৰস্তুতৰ যি ঢাপত আছে সেই প্রতিষেধক বৃহত্তৰ জনসংখ্যাৰ ওপৰত প্রয়োগৰ ক্ষেত্রত চূড়ান্ত হ’বলৈ অন্তত এবছৰ সময় লাগিব।

Tags: featured3
Share4Tweet3Send

Related Posts

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল
National-International

Indian Railway : ভাৰতীয় ৰে’লৱেত নতুন দিগন্তৰ সূচনা, দেশত চলিব প্ৰথমখন হাইড্ৰ’জেন চালিত ৰে’ল

by News Desk
June 30, 2026
50
Worker Harassment : বিয়াৰ দিনাও ৰক্ষা নাপালে কামৰ পৰা, অফিচলৈ যাবলগা হ’ল কৰ্মচাৰী দৰা
National-International

Worker Harassment : বিয়াৰ দিনাও ৰক্ষা নাপালে কামৰ পৰা, অফিচলৈ যাবলগা হ’ল কৰ্মচাৰী দৰা

by News Desk
June 30, 2026
50
Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

by Staff Reporter
June 30, 2026
50
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ
National-International

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

by Staff Reporter
June 30, 2026
50
Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ
National-International

Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

by Staff Reporter
June 30, 2026
50
ADVERTISEMENT
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
50
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas
NORTHEAST

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

June 30, 2026
Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

Manipur NH-2 Protest : Kuki-Zo Clash, Security Fires Tear Gas

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx