নিউজ ডেক্স:
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বিৰাট কৌহলী আৰু বলিউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মা জীৱনলৈ আহিছে ভাল খবৰ।
পিতৃ-মাতৃ হ’বলৈ আগবাঢ়িছে বিৰাট-অনুষ্কা।সামাজিক মাধ্যমত ফটো প্ৰকাশ কৰি অনুষ্কাই দিলে ভালখবৰ।”২০২১ বৰ্ষ জানুৱাৰীত আমি তিনিজন হ’ম-উল্লেখ কৰিছে অনুষ্কাই।
ইফালে সামাজিক মাধ্যমত অনুষ্কাই ফটো প্ৰকাশ কৰি এই ভাল খবৰ দিয়া পাছতে দেশবাসীয়ে জনাইছে শুভেচ্ছা।










