ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

৪০ বাৰ ব্যর্থতাৰ পিছত ইউপিএছচিত উত্তীৰ্ণ !

ASSAM TIMES POST by ASSAM TIMES POST
August 21, 2020
Reading Time: 1 min read
A A
0
৪০ বাৰ ব্যর্থতাৰ পিছত ইউপিএছচিত উত্তীৰ্ণ !

logo new 2 12 | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

এপিজে আব্দুল কালামে কৈছিল “Don’t read success stories, you will only get message. Read failure stories, you will get some ideas to get success.”
হয়, আইআৰএছ বিষয়া অবোধ কিশোৰ পাৱাৰৰ কাহিনিয়ে বাৰম্বাৰ ব্যর্থতাৰ পিছতো কেনেদৰে সফল হোৱাৰ অদম্য ইচ্ছা বজায় ৰাখিব পাৰি তাকে ক’ব। লক্ষ্যত উপনীত নোহোৱা পর্যন্ত কেনেদৰে নিৰন্তৰ পৰিশ্রম কৰি যাব লাগে, সেই শিক্ষাও লাভ কৰিব।

জীৱনত ৪০বাৰ চৰকাৰী চাকৰিৰ পৰীক্ষাত ব্যর্থ হৈছে মধ্যপ্রদেশৰ ছিন্দোৱাৰাৰ বাসিন্দা অবোধ কিশোৰ পাৱাৰ। যাৰ ভিতৰত ইউপিএছচি পৰীক্ষাত প্রথম চাৰিবাৰ ব্যর্থ হৈছে। কিন্তু লক্ষ্য পূৰণ কৰিহে এৰিলে এইগৰাকী যুৱকে। আজি তেওঁ ভাৰতীয় ৰাজহ সেৱা (ইণ্ডিয়ান ৰেভিনিউ ছার্ভিচ, IRS) বিষয়া। আয়কৰ বিভাগৰ সহকাৰী আয়ুক্ত হিচাবে ভূপালত কর্মৰত।

হিন্দী মাধ্যমৰ এইগৰাকী নাচোৰবান্দা ছাত্রৰ শিক্ষা-যুদ্ধৰ কাহিনী অনন্য

WhatsApp Image 2020 08 21 at 12.01.38 PM e1597991977104 | ASSAM TIMES POST

ইঞ্জিনিয়াৰ অবোধ কিশোৰে কাম কৰিছিল গডৰেজ কোম্পানীত। মোটা বেতনৰ চাকৰি হ’লেও তেওঁ সম্পূৰ্ণ সন্তুষ্ট নাছিল। স্বপ্ন আছিল ইউপিএছচিত উত্তীৰ্ণ হৈ ডাঙৰ বিষয়া হোৱাৰ, দেশৰ সেৱা কৰাৰ।
এদিন তেওঁৰ নাইট ডিউটি আছিল। কামৰ মাজতে ক্ষন্তেক জিৰণি পোৱাত মোবাইল খুচৰি আচিল।

হঠাৎ চকুত পৰে এটি খবৰ। এজন ৰিক্সাচালকৰ পুত্রই কেনেদৰে ইউপিএছচি পৰীক্ষাৰ কঠিন পথ অতিক্ৰম কৰি বিষয়া হৈছে সেই খবৰ। খবৰটোৱে তেওঁক এনেকৈ অনুপ্রেৰণা যোগালে যে ৰাতিৰ ভিতৰতে চাকৰি এৰাৰ সিদ্ধান্ত লয়।

নিজকে প্রশ্ন কৰে, এজন দুখীয়া ৰিক্সাচালকৰ পুত্ৰই যদি সকলো প্রতিকূলতা জয় কৰি ইউপিএছচি উত্তীৰ্ণ হ’ব পাৰে, তেওঁ কিয় নোৱাৰিব?ভবা মতেই কাম। চাকৰি এৰি কিছু জমা টকাক সম্বল কৰি মধ্যপ্রদেশৰ পৰা দিল্লীলৈ ৰাওনা হয় অবোধ কিশোৰ। লক্ষ্য ইউপিএছচিৰ নিৰবিচ্ছিন্ন প্রস্তুতি চলোৱা। কিন্তু কেৱল দুচকুত সপোন থাকিলেই নহ’ব, প্ৰয়োজন তাক পূৰণ কৰাৰ বাবে পৰিশ্রমৰ ক্ষমতা আৰু জেদ।

কিন্তু ইউপিএছচিৰ ইংৰাজী হৰফত ডাঙৰ ডাঙৰ ষ্টাডী মেটেৰিয়েল দেখি প্রথমেই প্ৰচণ্ড আঘাত লাগে হিন্দী মিডিয়ামৰ ছাত্ৰ অবোধ কিশোৰৰ। সকলো এৰি দিল্লীলৈ আহিছে স্বপ্ন পূৰণ কৰিবলৈ। এনেদৰে হাৰ মানিবনে? পলাই যাবনে? নিজকে প্রশ্ন কৰে অবোধ কিশোৰে। তাৰ পিছত নতুন উদ্যমেৰে পঢ়া-শুনা আৰম্ভ কৰে।

ইউপিএছচিৰ উপৰি বেঙ্কিং, পিএছচি আদি বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষা দি থাকে। কিন্তু এটাৰ পিছত আন এটা পৰীক্ষাত ব্যর্থ। প্রতিবাৰে ভাবে, এইবাৰ সফল হ’ম। কিন্তু নাই, এনেদৰে ৪০টা চৰকাৰী পৰীক্ষা দি এটাতো উত্তীৰ্ণ হ’ব নোৱাৰিলে তেওঁ৷ তাৰ মাজত চাৰিবাৰ দিয়ে ইউপিএছচি পৰীক্ষা। অকৃতকাৰ্যতাই তেওঁক দুগুণ আত্মবিশ্বাস বঢ়াই তোলে, জেদ বাঢ়ে তেইবা গুণ।

পুনৰ আৰম্ভ কৰে প্রস্তুতি। অৱশেষত ২০১৫ চনত সাফল্যৰ সোৱাদ লাভ কৰে, তাকো ইউপিএছচিতে। অবোধ কিশোৰ পাৱাৰৰ সর্বভাৰতীয় ৰেঙ্ক আহে ৬৫৭। বাকীখিনি এতিয়া সকলোৰে সন্মুখত৷

Share4Tweet3Send

Related Posts

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

by News Desk
June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

by News Desk
June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

by News Desk
June 30, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

by News Desk
June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

by News Desk
June 30, 2026
50
Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত
National-International

Financial reforms : ১ জুলাইৰ পৰা আহি আছে বৃহৎ আৰ্থিক পৰিৱৰ্তন, নাজানিলে পৰিব বিপদত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
50
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প
National-International

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
50
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’
National-International

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

July 1, 2026
Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

Trump will come to India : মোদীৰ আমেৰিকা ভ্ৰমণৰ পাছতে ভাৰতলৈ আহিব ট্ৰাম্প

June 30, 2026
Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

Ananta Shastra : আকাশত প্ৰতিৰক্ষা নিশ্ছিদ্র কৰাৰ লক্ষ্যৰে সেনাৰ হাতত ‘অনন্ত শস্ত্র’

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx