ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আপোনাৰ টুইটাৰ একাউন্ট কেনেদৰে নিৰাপদে ৰাখিব?

News Desk by News Desk
July 18, 2020
Reading Time: 1 min read
A A
0
আপোনাৰ টুইটাৰ একাউন্ট কেনেদৰে নিৰাপদে ৰাখিব?

New Logo Smal | ASSAM TIMES POST
বিশেষ প্ৰতিবেদন :

RELATED POSTS

Superstitions I ভূত খেদাৰ নামত বৃদ্ধাক মাৰপিট কৰি হত্যা, পুত্ৰসহ গ্ৰেপ্তাৰ ৩

Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব

Raja Raghubanshi murder case I সোণম কাণ্ডত আন এক ৰহস্যময়ী চৰিত্ৰৰ সন্ধান

মুধা ফুটা লোকসকলৰ টুইটাৰ একাউন্ট হেক হৈছে। হেকাৰৰ কবলত পৰিছে বাৰাক ওবামা, জো বিডেনৰ পৰা আৰম্ভ কৰি এলোন মাস্ক আৰু অন্য বহুতো। হেকাৰৰ Bitcoin স্ক্ৰীম মাধ্যমেৰে এই কাম চলাইছে বুধবাৰেই। এই ঘটনাৰ ব্যাখ্যা দিবলৈ গৈ টুইটাৰ সংস্থাই জনাইছে, হেকাৰসকলে কর্মচাৰীসকলৰ ইন্টাৰনেল এস্কছেছ চুৰি কৰি এই ধৰণৰ ঘটনা ঘটাইছে। কিন্তু আপুনি আপোনাৰ টুইটাৰ একাউন্টক কেনেদৰে নিৰাপদে ৰাখিব?

অৱশ্যে সতর্কতা অৱলম্বন কৰিও বহু সময়ত হেকাৰসকলৰ কবলৰ পৰা নিজকে বচোৱা সম্ভৱ নহয়। তথাপিও এই উপায়সমূহ অৱলম্বন কৰিলে কিছু নিৰাপদে ৰখা যাব পাৰে টুইটাৰ একাউন্ট।

১. টু ফেক্টৰ অথেনটিকেচন (Two-factor authentication): যেনেদৰে বর্তমান অৱস্থাত টুইটাৰ হেক হৈছে তাত কাম নকৰিলেও ভবিষ্যতে আপোনাৰ একাউন্টক ৰক্ষা কৰিব পাৰে এই অপচনে। যদি কোনো হেকাৰৰ ওচৰত ইন্টাৰনেল একছেছ নাথাকে তেতিয়াহ’লে এই স্তৰ ওফৰোৱা খুবেই সহজ।
২.আনফলো আৰু ব্লক (Unfollow and Block): যদি দেখে কোনো সন্দেহজনক ব্যক্তিয়ে টুইটাৰত আপোনাক বিৰক্ত কৰিছে তেতিয়াহ’লে আপোনাৰ একাউন্টৰ পৰা তেওঁক মচি পেলাওক। আনফলো আৰু ব্লক কৰক।
৩. এডভান্সড ব্লক (Advanced Block): এডভান্সড ব্লক অপচন ব্যৱহাৰ কৰি আপোনাৰ একাউন্টত অযাচিত মানুহৰ গতিবিধিত ৰোধক টানিব পাৰে।
৪. পোনপটীয়া বার্তা বন্ধ কৰক (Disable Direct Messages): যিসকলক আপুনি ফলো নকৰে, তেওঁলোকৰ পৰা অহা বার্তা বন্ধ কৰাৰ বাবে এই অপচনটি অন কৰি ৰাখিব পাৰে।
৫. একাউন্ট গোপন কৰি ৰাখক (Make your account private): এই অপচনৰ মাধ্যমেৰে আপোনাৰ একাউন্টটিক গোপনে ৰাখিব পাৰে। যাৰ ফলত আপোনাৰ একাউন্ট আৰু আপোনাৰ টুইট কেৱল তেওঁলোকেহে চাব পাব যিসকলে আপোনাক ফলো কৰে। ফলত আপোনাক সকলোৱে বিচাৰিলেও ফলো কৰিব নোৱাৰিব। আপোনাৰ একাউন্টত নিৰাপত্তা থাকিব।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Featured
Share6Tweet4Send

Related Posts

নগাঁও জিলাৰ কঠিয়াতলীৰ টুবুকীত লোমহৰ্ষক হত্যাকাণ্ডঃ ডেগাৰেৰে পত্নীক আঘাত কৰি পলালে স্বামী
ALL NEWS

Superstitions I ভূত খেদাৰ নামত বৃদ্ধাক মাৰপিট কৰি হত্যা, পুত্ৰসহ গ্ৰেপ্তাৰ ৩

by Staff Reporter
July 8, 2025
53
Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব
ALL NEWS

Ambedkar University Bihar I নম্বৰ আছিল ১০০, লাভ কৰিলে ২৫৭; বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলত সকলো হতভম্ব

by Staff Reporter
July 4, 2025
53
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
ALL NEWS

Raja Raghubanshi murder case I সোণম কাণ্ডত আন এক ৰহস্যময়ী চৰিত্ৰৰ সন্ধান

by Staff Reporter
June 20, 2025
53
Outrage in Dibrugarh After Woman Allegedly Molested in Milan Nagar :
ALL NEWS

Minor Rape Case I নৃশংসতাৰ সীমা অতিক্ৰম, ৫ বছৰীয়া ধৰ্ষিতাৰ যৌনাংগত পৰিল ২৮ টা চিলাই

by Staff Reporter
February 28, 2025
53
Digital Arrest I এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ, ভৰিলে ১৪ লাখ টকা
ALL NEWS

Digital Arrest I এইবাৰ ওড়িশা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ডিজিটেল গ্ৰেপ্তাৰ, ভৰিলে ১৪ লাখ টকা

by Staff Reporter
February 26, 2025
52
The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:
ALL NEWS

The 51st Karbi Youth Festival Set to Illuminate Karbi Anglong:

by ASSAM TIMES POST
February 14, 2025
79
ADVERTISEMENT
Tried to Rape 6 month age child : পিতৃ-মাতৃৰ অনুপস্থিতিত ৬ মহীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আত্মীয়ক গ্ৰেপ্তাৰ
National-International

dead child alive I মৃত ঘোষণাৰ প্ৰায় ১২ ঘণ্টাৰ পাছত কান্দি উঠিল কেঁচুৱাই

July 11, 2025
50
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!
National-International

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
50
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত
National-International

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
50
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু
National-International

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tried to Rape 6 month age child : পিতৃ-মাতৃৰ অনুপস্থিতিত ৬ মহীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আত্মীয়ক গ্ৰেপ্তাৰ

dead child alive I মৃত ঘোষণাৰ প্ৰায় ১২ ঘণ্টাৰ পাছত কান্দি উঠিল কেঁচুৱাই

July 11, 2025
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13694) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3412) Lifestyle (24) literature (16) National-International (10297) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d