ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

উত্তৰ-পূৰ্বাঞ্চলত ক’ৰোনা সংক্ৰমণ দেশৰ সকলোতকৈ কম : ইয়াৰ ৰহস্য কি?

অসমৰ কার্বি-আংলঙ মেলেৰিয়া অধ্যুষিত এলেকা। তাত অত্যন্ত জনপ্রিয় খাদ্য শুকান মাছ

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2020
Reading Time: 1 min read
A A
0
উত্তৰ-পূৰ্বাঞ্চলত ক’ৰোনা সংক্ৰমণ দেশৰ সকলোতকৈ কম : ইয়াৰ ৰহস্য কি?

logo new 2 7 | ASSAM TIMES POST
বিশেষ প্ৰতিবেদন: 

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

বিশ্বাসে মিলয় হৰি তর্কে বহু দূৰ। ক’ৰোনাতঙ্কত কঁপিছে সমগ্ৰ দেশ। কিন্তু শতৰুৰ মুখত ছাই সানি ক’ৰোনা ভাইৰাছৰ আক্রমণৰ পৰা সুস্থ শৰীৰে আছে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ। জনঘনত্ব কম। দুর্গম এলেকা বুলি গণ পৰিবহণ ব্যৱস্থাও যথেষ্ট নহয়। কিন্তু আইচিএমআৰৰ তথ্য অনুযায়ী মেঘালয়, মণিপুৰ, নাগালেণ্ড বা অসমত ক’ৰোনা সংক্রমণ দেশৰ ভিতৰত সকলোতকৈ কম। মৃত্যু আৰু কম। কিয় এনে ঘটনা? ৰহস্য কি?

The Dry Fish Economy 1 | ASSAM TIMES POST

উত্তৰ-পূর্বাঞ্চলৰ আদিবাসী আৰু জনজাতিসকলৰ অন্যতম প্রিয় ৰেচিপি ‘শুকান মাছ’। মেলেৰিয়া ৰোধৰ অন্যতম নিদান শুকান মাছ। পুথিমাছ এটা পাত্রত তেল-হালধি সানি মুখ বন্ধ কৰি কেইবা মাহো মাটিৰ তলত ৰখা হয়। চাৰিৰ পৰা ছমাহ পিছত সেই মাছৰ বিভিন্ন খাদ্য খোৱা হয়। এই ৰেচিপি যিমানেই সুস্বাদু সিমানেই অবিশ্বাস্য ইয়াৰ মেলেৰিয়া ৰোধৰ ক্ষমতা।

অসমৰ কার্বি-আংলঙ মেলেৰিয়া অধ্যুষিত এলেকা। তাত অত্যন্ত জনপ্রিয় খাদ্য শুকান মাছ। ঘৰৰ পৰা হোটেল সর্বত্র পোৱা যায়। আনকি, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰামতো প্রিয়-ডিছ শুকান মাছ। উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যৰ অধিকাংশ বাসিন্দাৰ বিশ্বাস শুকান মাছ যেনেদৰে মেলেৰিয়াৰ যম, তেনেদৰে বিগত কেইবা মাহ ধৰি কোভিড-১৯ ভাইৰাছ সংক্রমণ ৰুধিছে শুকান মাছে।

img 5001 | ASSAM TIMES POST

আইচিএমআৰৰ তথ্যই কৈছে, নাগালেণ্ড-মিজোৰামত এই পর্যন্ত যথাক্রমে ২৩৮ আৰু ৮৯৬ জন কোভিড আক্রান্ত হৈছে। কিন্তু এজনৰো ক’ৰোনা সংক্রমণত মৃত্যু হোৱা নাই। চাৰি মাহত মেঘালয়ত আক্রান্ত হৈছে ৩১৮ জন। সুস্থ হৈছে ৬৬ জন। মৃত্যু হৈছে মাত্র দুজন। আনহাতে অৰুণাচল প্রদেশত মুঠ আক্রান্ত ৪৬২ জন। ইয়াৰ ভিতৰত সুস্থ হৈছে ১৫৩ জন। মৃত্যু হৈছে তিনিজনৰ।

DSC 0029 | ASSAM TIMES POST

এই প্রসঙ্গত গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলৰ বায়োকেমিস্ট্রিৰ বিভাগীয় প্রধান অধ্যাপক ডাঃ কৈলাস ভট্টাচার্যই কয়, “দীর্ঘ সময় ধৰি উত্তৰ-পূর্বাঞ্চলৰ আদিবাসী ও তথা জনজাতিসকলৰ মাজত পুথিমাছ মাটিৰ তলত ৰাখি শুকাই পিছত ৰান্ধি খোৱা অভ্যাস। তেওঁলোকৰ বিশ্বাস, এই খাদ্য বীজাণুনাশক। চুপাৰিও এই পদ্ধতিতে খোৱা হয়।” তেওঁ লগতে কয়, “শুকাই মাটিৰ তলত ৰখাৰ ফলত ৰাসায়নিক বিক্রিয়া হয়। অৱশ্যে সেয়া কিমান পৰিমাণে বিজ্ঞানসম্মত তাক এতিয়াও পৰীক্ষা কৰা হোৱা নাই”। লগতে তেওঁৰ বক্তব্য, জনবিশ্বাসক বাস্তৱৰ সৈতে ৰজিতা খুৱাবলৈ গ’লে পৰীক্ষাৰ প্ৰয়োজন। কিন্তু সেই কাম হোৱা নাই।

এইটো যেনেকৈ এটা দিশ তেনেদৰে উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰদূষণ দেশৰ অন্য অংশৰ তুলনাত বহুখিনি কম। আন্তর্জাতিক উড়ানো কম হয়। এই সকলো বিষয় কাৰণ হিচাপে অনুমান কৰে স্থানীয় চিকিৎসকসকলে। আৰু এটি বিষয় গুৰুত্বপূর্ণ বুলি অনুমান কৰা হৈছে। পাহাৰ অধ্যুষিত হোৱাত উত্তৰ-পূর্বাঞ্চলৰ মানুহৰ ‘লাং কেপাচিটি’ বা হাওঁফাওঁৰ কর্মক্ষমতা বেছি। কোভিড-মৃত্যু হাৰ কম হোৱাৰ পিছত এইটোও এটি অন্যতম কাৰণ বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
ADVERTISEMENT
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026
50
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

June 27, 2026
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx