ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত সুহৃদ আঁচনিৰ অধীনত মন্ত্ৰী ছুম ৰংহাঙৰ আনুষ্ঠানিক চেক বিতৰণ

ASSAM TIMES POST by ASSAM TIMES POST
August 4, 2019
Reading Time: 1 min read
A A
0
ডিফুত সুহৃদ আঁচনিৰ অধীনত মন্ত্ৰী ছুম ৰংহাঙৰ আনুষ্ঠানিক চেক বিতৰণ

‘বাৰ্ষিক বাজেট অধীনত উন্নয়ণৰ আবণ্টিত পুঁজিৰ ৯৬ শতাংশ ধন পাৰ্বত্য জিলাত মুকলি কৰি দিয়া হৈছ’- পাৰ্বত্য এলেকা উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙ

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

assam times post 2 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ “বাৰ্ষিক একছন প্লেনৰ বাজেটৰ আবণ্টিত ধনৰ ৯৬ শতাংশ ধন পাৰ্বত্য জিলা তিনিখনৰ উন্নয়ণৰ বাবে মুকলি কৰা হৈছে আৰু উন্নয়ণৰ ধন মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উন্নয়ণ বিভাগ শীৰ্ষত আছে ৷” এই মন্তব্য পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ছুম ৰংহাঙৰ ৷

আজি ডিফু চহৰৰ শীতলাবাড়ী নাট্য মন্দিৰ প্ৰাঙ্গনত কাৰবি আংলং জিলা বিজেপিৰ সভাপতি তথা ইএম ৰতন টেৰণৰ পৌৰৱহিত্যত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বিধায়াক পুঁজীৰ সুহৃদ আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে বাৰ্ষিক বাজেটত আবণ্টিত উন্নয়ণ পুঁজিৰ ধন গুৱাহাটী উন্নয়ণ বিভাগত সৰ্বনিম্ন ধন মুকলি কৰি দিয়া হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰংহাঙে ৷ আজি পূব কাৰবি আংলং বিজেপিৰ সাংধাৰণ সম্পাদক অজিত দে’ই সভাৰ উদ্দেশ্য বাখ্যা কৰে ৷ সভাত কাৰবি পৰিষদৰ ইএম দ্বয় অমৰছিং তিচ’ আৰু প্ৰদীপ ডিফুছাই মূল্যবান ভাষণ প্ৰদান কৰি সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষা আহৰণ আৰু বেমাৰী সকলৰ সুবিধাৰ বাবেই বিজেপি চৰকাৰে এনে কল্যাণ মূলক আঁচনি গ্ৰহণ কৰিছে কয় ৷

IMG 20190804 WA0039 | ASSAM TIMES POST

ইয়াৰোপৰি মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকীয়ে কয় সুহৃদ আঁচনিৰ বিষয়ে ৰাইজৰ মাজত বহল ভিত্তিত প্ৰচাৰ হ’ব লাগে, যাতে উক্ত আঁচনিৰ প্ৰকৃত উদ্দেশ্য সফল হয় আৰু হিতাধিকাৰী সকল উপকৃত হয় ৷ সুহৃদ আঁচনিৰ অধীনত ডিফু বিধান সভা সমষ্টিৰ ২৮০ টা ভোটকেন্দ্ৰৰ বিপৰীতে আজি ৪৯১ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিক চেক বিতৰণ কৰা হয় ৷

ইয়াৰে শিক্ষাত ২৮১ গৰাকী আৰু চিকিৎসাত ২১০ গৰাকী হিতাধিকাৰীৰ মাজত ৫০০০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয় ৷ এই আঁচনিৰ জৰিয়তে সৰ্বনিম্ন ৫,০০০ হাজাৰ আৰু সৰ্বোচ্চ ২০,০০০ হাজাৰ টকালৈকে সাহায্য প্ৰদান কৰা হয় যদিও বৰ্তমান সকলোকে এই আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ বাবে হিতাধিকাৰীসকলক ৫০০০ টকাকৈ চেক বিতৰণ কৰা হৈছে ৷

আনহাতে উন্নয়ণৰ ধন যাতে উভতি নাযায় তাৰ বাবে বিভাগীয় বিষয়া কৰ্মচাৰী সকলক সদিচ্ছা আৰু আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে হস্তান্তৰ নোহোৱা বিভাগ সমূহৰ কাম- কাজত গুৰুত্ব আৰোপ কৰিছে মন্ত্ৰী গৰাকীয়ে ৷

Tags: karbi anglong
Share19Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ADVERTISEMENT
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx