ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

News Desk by News Desk
November 11, 2026
Reading Time: 1 min read
A A
0
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

RELATED POSTS

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

New Logo Smal 1 | ASSAM TIMES POST

দীপাৱলীৰ নিশা ফটকা ফুটোৱাৰ বাবে অশান্তি আৰু তাৰ ফলত কাজিয়াৰ সৃষ্টি হয়। অৱশেষত সংঘটিত হয় এক ৰক্তাক্ত ঘটনা (Diwali Accident)। চুবুৰীয়াৰ গুলীত গুৰুতৰভাৱে আহত হয় ৰাষ্ট্ৰপতিৰ দেহৰক্ষী। তেওঁৰ মূৰত গুলী লাগে। ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা সেনা জোৱানসকলৰ ভিতৰত আছিল সৌৰভ টোমাৰ। তেওঁৰ ঘৰ উত্তৰ প্ৰদেশৰ বাঘপাটত। দীপাৱলী বন্ধৰ বাবে তেওঁ ঘৰলৈ গৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, সৌৰভে দীপাৱলীৰ নিশা নিজৰ ঘৰৰ সন্মুখত পৰিয়ালৰ আন সদস্যৰ সৈতে ফটকা ফুটাইছিল।

Diwali accident I
ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ:

কিন্তু দুই চুবুৰীয়া ধীৰাজ আৰু মনুৱে তাক লৈ আপত্তি কৰে। তেওঁলোক সম্পৰ্কত দুয়ো ভাই। ইয়াক লৈ ধীৰাজ আৰু সৌৰভৰ ভায়েক বিনীতৰ মাজত বিবাদ আৰম্ভ হয়। এই তৰ্কৰ ফলত কাজিয়াৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, হঠাতে এটা পিষ্টল উলিয়াই ধীৰাজে গুলীচালনা কৰে। গুলীটোৱে প্ৰথমে বেৰত খুন্দা মাৰে। সেই বেৰৰ ওচৰত সৌৰভ থিয় হৈ আছিল। বেৰত খুন্দা মৰাৰ পিছতে সৌৰভৰ মূৰত খুন্দা মাৰে গুলীটোৱে। ঘটনাক লৈ অঞ্চলটোত উত্তেজনা বিয়পি পৰে। অভিযোগ অনুসৰি, ধীৰাজে সৌৰভৰ পৰিয়ালক হত্যাৰ ভাবুকি দিছিল। ইয়াৰ পিছত তেওঁ সেই অঞ্চলৰ পৰা পলায়ন কৰে।

২৬ বছৰীয়া সৌৰভক গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছত গুলীটো উলিয়াই দিয়ে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হয়। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত দুজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰে। অৱশ্যে এতিয়াও সন্ধানহীন হৈ আছে দুয়োজন অভিযুক্ত। তদন্তকাৰী আৰক্ষী বিষয়া অংশু জৈনে কয় যে অভিযুক্তৰ সন্ধান অব্যাহত আছে। শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব তেওঁলোকক। জানিব পৰা মতে, প্ৰায় দুবছৰ পূৰ্বে সৌৰভৰ বিয়া হৈছিল। তেওঁলোকৰ এটা নমহীয়া সন্তান আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰফটকা ফুটোৱাক লৈ বিবাদত
Share4Tweet3Send

Related Posts

Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

by News Desk
November 11, 2026
50
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

by News Desk
November 11, 2026
50
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক
National-International

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

by News Desk
November 11, 2026
50
Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি
National-International

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

by News Desk
November 11, 2026
50
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু
National-International

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

by News Desk
November 11, 2026
50
Tragedy Strikes Bongaigaon: Teacher and Daughter Killed in Heartbreaking Road Accident
National-International

Road accident I মৃত্যুৱেও পৃথক কৰিব নোৱাৰিলে ৬ মৰমৰ বন্ধুক, শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চল

by News Desk
November 10, 2026
50
ADVERTISEMENT
Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
50
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ
National-International

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
50
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক
National-International

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

November 11, 2026
50
Rail accident I ডিগাৰু ষ্টেচনত দুর্ঘটনাগ্ৰস্ত ৰে’ল, ছটা ডবা লাইনচ্যুত
Assam

Digaru train accident I আসনৰ পৰা চিটিকি পৰিলোঁ, কলকাতা-ছাইৰাং এক্সপ্ৰেছ দুৰ্ঘটনাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা যাত্ৰীৰ

November 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Operation Akhal । এইবাৰ ‘অপাৰেচন আখল’, জম্মু-কাশ্মীৰত ওৰে নিশা সংঘৰ্ষত নিহত এক সন্ত্ৰাসবাদী

JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত

November 11, 2026
NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

NVIDIA CEO case I এনভিডিয়াৰ চিইঅ’ৰ চোৰাংচোৱা প্ৰেমিকাৰ বাবে চীনে লাভ কৰে ৭০০ কোটি ডলাৰৰ চিপ

November 11, 2026
Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

Flight Hijack threat I অপহৰণৰ ভাবুকিত কলকাতা-মুম্বাই বিমানত আতংক

November 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d