ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

নিউজ ডেস্কঃ

News Desk by News Desk
October 8, 2026
Reading Time: 1 min read
A A
0
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

RELATED POSTS

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

New Logo Smal 2 | ASSAM TIMES POST

প্ৰায় ছমাহ পূৰ্বেই ঘটনাৰ সূত্ৰপাত ঘটিছিল। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ নৌসেনা (Visakhapatnam Naval base) ঘাটিৰ চালক অন্নম সাই ভাৰাপ্ৰসাদলৈ এগৰাকী মহিলাই ছ’চিয়েল মিডিয়াত প্ৰেৰণ কৰে ‘ফ্ৰেইণ্ড ৰিকুৱেষ্ট’। মহিলাগৰাকীয়ে নিজকে জাহাজ নিৰ্মাণ কোম্পানী এটাৰ কৰ্মচাৰী বুলি পৰিচয় দিয়ে। চুবুৰীয়া ৰাজ্যৰ বাসিন্দা বুলি দাবী কৰে তেওঁ। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, ভাৰাপ্ৰসাদৰ প্ৰথম অৱস্থাত অলপ সন্দেহ হৈছিল। কিন্তু মহিলাগৰাকীয়ে ক্ৰমান্বয়ে তেওঁৰ আস্থা লাভ কৰে। ছচিয়েল মিডিয়াত দুয়োৰে আড্ডা আৰম্ভ হয়। প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে ভাৰাপ্ৰসাদৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰিছিল। তেওঁ ক’ত থাকে, কি কৰে, এতিয়াও কিয় বিয়া হোৱা নাই ইত্যাদি।

ইয়াৰ বাহিৰেও তেওঁ ভাৰাপ্ৰসাদৰ পৰা সৰু সৰু তথ্য সংগ্ৰহ কৰিছিল যেনে তেওঁৰ চাকৰি, দৰমহা, কেনেকুৱা গাড়ী চলায়। তদন্তকাৰীৰ সূত্ৰ মতে, তেওঁলোক অলপ ওচৰ চাপি অহাৰ লগে লগে মহিলাগৰাকীয়ে ভাৰাপ্ৰসাদলৈ বিভিন্ন যৌন সম্পৰ্কীয় বাৰ্তা, ভিডিঅ’, ছবি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, বিশাখাপট্টনমত ভাৰাপ্ৰসাদক লগ পোৱাৰ প্ৰতিশ্ৰুতিও দিয়ে। এনেদৰে কেইবাদিনো পাৰ হৈ গ’ল। ভাৰাপ্ৰসাদৰ সন্দেহও তেতিয়ালৈকে নাইকিয়া হৈ গৈছিল। সেই কথা উপলব্ধি কৰি এইবাৰ আন এটা খেল আৰম্ভ হ’ল। ভাৰাপ্ৰসাদে যেতিয়া ক’লে যে তেওঁ নৌসেনাৰ বিষয়াৰ গাড়ী চলায়, তেতিয়া মহিলাগৰাকীয়ে চতুৰতাৰে তেওঁৰ পৰা সেই বিষয়াসকলৰ তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছত ভাৰাপ্ৰসাদক নৌসেনাৰ ঘাটিটোৰ বিষয়ে অধিক জানিবলৈ কোৱাত তেওঁ সেই ঘাটিটোৰ তথ্য দিবলৈ অনিচ্ছুক আছিল। তাৰ পিছত মহিলাগৰাকীয়ে ভাৰাপ্ৰসাদক গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে।

pak | ASSAM TIMES POST
ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত  (AI Generate)

তেওঁৰ জ্যেষ্ঠসকলক ৰিপ’ৰ্ট দিব বুলি ভাবুকি দি থাকে। তদন্তকাৰীৰ সূত্ৰ মতে, মহিলাগৰাকীয়ে নৌসেনাৰ সৈতে জড়িত তথ্য আহৰণৰ বাবে ভাৰাপ্ৰসাদক অহৰহ ব্লেকমেইল কৰে আৰু যুদ্ধ জাহাজ ক’ত লংগৰ পেলাইছিল, যুদ্ধ জাহাজ ক’ত নিৰ্মাণ কৰা হৈছিল ইত্যাদি তথ্য সংগ্ৰহ কৰে। এমাহৰ পাছত দুয়োৰে মাজত হোৱাটছএপত কথা আৰম্ভ হয়। মহিলাগৰাকীয়ে নৌসেনাৰ সৈতে জড়িত অধিক তথ্য লাভৰ চেষ্টা কৰে। কিন্তু যিহেতু নৌসেনা ঘাটিটোৰ আভ্যন্তৰীণ বিষয় ভাৰাপ্ৰসাদৰ হাতৰ মুঠিত নাছিল, সেয়েহে তদন্তকাৰীৰ মতে সেই তথ্য তেওঁ চোৰাংভাৱে আনিব নোৱাৰিলে। অন্ধ্ৰপ্ৰদেশৰ কাউণ্টাৰ ইনটেলিজেন্সে (চিআই) এমাহ ধৰি ভাৰাপ্ৰসাদৰ গতিবিধি নিৰীক্ষণ কৰি আছিল। তদন্তকাৰীৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীয়ে ভাৰাপ্ৰসাদৰ জৰিয়তে বাংলা নৌসেনাৰ জোৱান প্ৰদীপ মুখাৰ্জীৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছত একে কৌশল ব্যৱহাৰ কৰি প্ৰদীপৰ লগতো বন্ধুত্ব কৰে। বিশাখাপট্টনম আৰু কয়ম্বাটুৰত থকা নৌসেনাৰ ঘাটিৰ তথ্য আহৰণৰ বাবে তেওঁক ব্লেকমেইল কৰে।

ভাৰাপ্ৰসাদ আৰু প্ৰদীপক ঢাল হিচাপে ব্যৱহাৰ কৰি পাকিস্তানী চোৰাংচোৱা সংস্থাই একে কৌশল ব্যৱহাৰ কৰি দেশৰ ১০ খন ৰাজ্যৰ ১৬ জন নৌসেনাৰ জোৱানক যৌন জালত পেলায়। তদন্তকাৰীয়ে জনোৱা মতে, তাৰ পিছত তথ্য জব্দ কৰা হয়। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ভাৰাপ্ৰসাদ আৰু প্ৰদীপ। ১২টা দলত বিভক্ত কাউণ্টাৰ ইনটেলিজেন্স বিষয়াসকলে দেশৰ ১০ খন ৰাজ্যৰ ১৬ জন সন্দেহযুক্ত নৌসেনাৰ জোৱানৰ ঠিকনাতো তালাচী চলায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: PakSpy
Share4Tweet3Send

Related Posts

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

by News Desk
October 8, 2026
50
Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ
National-International

Flight Lightning : ১৭ হাজাৰ ফুট উচ্চতাত বিমানত বজ্ৰপাত, লক্ষ্ণৌত জৰুৰীকালীন অৱতৰণ

by News Desk
October 8, 2026
50
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

by News Desk
October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

by News Desk
October 7, 2026
51
ADVERTISEMENT
Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল
National-International

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
50
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
50
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ
National-International

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026
50
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

Pak spy : ছ’চিয়েল মিডিয়াত বন্ধুত্ব কৰি তথ্য সংগ্ৰহৰ কৌশল, ১০ ৰাজ্যৰ ১৬ নৌসেনাৰ জোৱান কেনেদৰে পাক চোৰাংচোৱাৰ জালত পৰিল

October 8, 2026
Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

October 8, 2026
Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

Rahul Gandhi : প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীয়ে মহিলা আৰক্ষী বিষয়াক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d