ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India । ইঞ্জিনত জুই, এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানৰ জৰুৰীকালীন অৱতৰণ

Staff Reporter by Staff Reporter
May 22, 2026
Reading Time: 1 min read
A A
0
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

New Logo Smal 1 | ASSAM TIMES POST

এয়াৰ ইণ্ডিয়াৰ বিমানত (Air India) একেদিনাই একেটা পথতে দুটাকৈ দুৰ্ঘটনা সংঘটিত হয়। দিল্লী-বেংগালুৰু বিমানৰ অৱতৰণৰ সময়ত ৰাণৱেত ঘৰ্ষণ হয়। সন্ধিয়া বেংগালুৰু-দিল্লী বিমানখনৰ ইঞ্জিনত জুইৰ শিখা দেখা যায়।

Air India ।
ইঞ্জিনত জুই, এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানৰ জৰুৰীকালীন অৱতৰণ:

জৰুৰী অৱস্থাত বিমানখন অৱতৰণ কৰিবলগীয়া হয়। অৱশ্যে দুয়োটা ক্ষেত্ৰতে আটাইকেইজন যাত্ৰী সুৰক্ষিত আছে। কোনো লোক আহত হোৱা নাই। এক বৃহৎ দুৰ্যোগৰ পৰা কথমপি ৰক্ষা পৰে এয়াৰ ইণ্ডিয়া।
এয়াৰ ইণ্ডিয়াৰ বিমান AI2802 বেংগালুৰুৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল।

কৰ্তৃপক্ষই জনোৱা মতে, দিল্লীত অৱতৰণ কৰাৰ ঠিক আগতে ককপিটত থকা ক্ৰুৱে ইঞ্জিনৰ পৰা অগ্নিকাণ্ডৰ সতৰ্কবাণী লাভ কৰে। পৰীক্ষা কৰাৰ লগে লগে দেখা যায় যে সতৰ্কবাণীটো সঁচা। ইয়াৰ পিছত সকলো নীতি-নিয়ম পালন কৰি জৰুৰীকালীন ভিত্তিত বিমানখন অৱতৰণ কৰা হয়। কোনো লোক আহত হোৱা নাই।

বিমান সংস্থাটোৰ এগৰাকী মুখপাত্ৰই কয়, “বেংগালুৰুৰ পৰা দিল্লীলৈ যোৱা পথত সংঘটিত এই ঘটনাৰ বিষয়ে আমি অৱগত। বিমানখন নিৰাপদে অৱতৰণ কৰা হৈছে আৰু সকলো যাত্ৰী আৰু ক্ৰু নিৰাপদে আছে। আমি এই সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছো। সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আমি যোগাযোগত আছো। অধিক সবিশেষ পোৱাৰ লগে লগে আমি আপোনালোকক অৱগত কৰিম।”

ইয়াৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ বিমান AI-2651 দিল্লীৰ পৰা বেংগালুৰুলৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত মুঠ ১৭৯ জন যাত্ৰী আছিল। অৱতৰণৰ সময়ত বেংগালুৰু বিমানবন্দৰত বিমানখনৰ পিছফালটোৱে ৰাণৱেত ঘৰ্ষণ কৰে। যাত্ৰীসকলে ভিতৰত প্ৰচণ্ড জোকাৰণি অনুভৱ কৰে। অৱশ্যে সকলোকে নিৰাপদে বিমানৰ পৰা আঁতৰাই নিয়া হয়। কোনো লোক আহত হোৱা নাই। কৰ্তৃপক্ষই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে। একেখন বিমানেই দিল্লীলৈ উভতি যোৱাৰ কথা আছিল। কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয়। সংশ্লিষ্ট বিমানখন সম্প্ৰতি সেৱাৰ পৰা আঁতৰাই দিয়া হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। সেইদিনা সন্ধিয়া একেটা পথতে একেখন বিমানতে পুনৰ আতংকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ইঞ্জিনত জুইএয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানৰজৰুৰীকালীন অৱতৰণ
Share4Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

by News Desk
September 25, 2026
50
ADVERTISEMENT
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d