ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sentence to hang । থানাৰ লকআপত পিতৃ-পুত্ৰক হত্যা, ৯ আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি তামিলনাডু আদালতৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 7, 2026
Reading Time: 1 min read
A A
0
হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৬ সদস্যৰ আত্মহত্যা-

RELATED POSTS

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

New Logo Smal 4 | ASSAM TIMES POST

আৰক্ষীৰ জিম্মাত দুজন অভিযুক্তক প্ৰহাৰ কৰি হত্যা (Sentence to hang) কৰাৰ অপৰাধত মাদুৰাইৰ আদালতে এজন পৰিদৰ্শক পদৰ বিষয়াকে ধৰি ৯ জন আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ৰায়দানত এই গোচৰটোক অত্যন্ত নিষ্ঠুৰতা আৰু ক্ষমতাৰ অপব্যৱহাৰেৰে চিহ্নিত “অতি বিৰল অপৰাধ” বুলি অভিহিত কৰা হৈছে।

Sentence to hang ।
৯ আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি তামিলনাডু আদালতৰ:

দোষী সাব্যস্ত হোৱাসকলৰ ভিতৰত আছে পৰিদৰ্শক এছ শ্ৰীধৰ, উপ-পৰিদৰ্শক পি ৰঘু গণেশ আৰু কে বালকৃষ্ণন, মুখ্য কনিষ্টবল এছ মুৰুগান আৰু এ সমদুৰাই আৰু কনিষ্টবল এম মুধুৰাজ, এছ চেল্লাদুৰাই, এক্স থমাছ ফ্ৰান্সিছ আৰু এছ ভেইলুমুথু। দশম অভিযুক্ত বিশেষ উপ-পৰিদৰ্শক পালদুৰাইৰ বিচাৰৰ সময়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

২০২০ চনৰ জুন মাহত মাদুৰাইৰ সতনকুলামত আৰক্ষীৰ জিম্মাত ব্যৱসায়ী পি জয়ৰাজ (৫৯) আৰু তেওঁৰ পুত্ৰ জে বেনিক্সক (৩১) আৰক্ষীয়ে প্ৰহাৰ কৰি হত্যা কৰিছিল। কোভিড নিয়ম উলংঘা কৰাৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ছবছৰীয়া শুনানিৰ অন্তত একেলগে ৯ জন আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়, যিটো দেশৰ ইতিহাসত কাৰ্যতঃ বিৰল।

ন্যায়াধীশ জি মুধুকুমাৰনে এই গোচৰত চিবিআইৰ তদন্তকাৰী সংস্থাৰ যুক্তিৰ সৈতে সন্মতি প্ৰকাশ কৰি কয় যে আৰক্ষীৰ জিম্মাত হোৱা নিৰ্যাতন পূৰ্ব পৰিকল্পিত আৰু নিশাৰ ভিতৰতে সম্পন্ন কৰা হৈছিল। ন্যায়াধীশগৰাকীয়ে কয় যে এই গোচৰত অপৰাধীসকলে সৰ্বোচ্চ শাস্তি পোৱাৰ যোগ্য।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৯৯৯ চনত তামিলনাডুৰ টুটিকোৰিনৰ থালামুথু নগৰ আৰক্ষী থানাত তিনিজন অভিযুক্তক প্ৰহাৰ কৰি হত্যা কৰাৰ গোচৰত এজন ডি এছ পিকে ধৰি ৯জন তামিলনাডু আৰক্ষী জোৱানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: থানাৰ লকআপত পিতৃ-পুত্ৰক হত্যা৯ আৰক্ষীক মৃত্যুদণ্ডৰ শাস্তি তামিলনাডু আদালতৰ
Share4Tweet3Send

Related Posts

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

by News Desk
October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

by News Desk
October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

by News Desk
October 9, 2026
52

50
Bihar engineer cash : বিছনাৰ তলত সজাই থোৱা আছে ৫০০ টকীয়া নোটৰ বাণ্ডিল, চৰকাৰী অভিযন্তাৰ বিপুল সম্পত্তিৰ সন্ধান

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
81
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d