ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

নিউজ ডেস্কঃ

News Desk by News Desk
March 10, 2026
Reading Time: 1 min read
A A
0
Maharaj Prithu flyover : মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

RELATED POSTS

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

New Logo Smal 1 | ASSAM TIMES POST

মঙলবাৰে যাতায়াতৰ বাবে মুকলি হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক দৈৰ্ঘ্যৰ আৰু সৰ্বাধিক বাজেটেৰে নিৰ্মাণ কৰা অত্যাধুনিক মহাৰাজ পৃথু উৰণ সেতু (Maharaj Prithu flyover )। মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Assam CM)ই নুনমাটি-দীঘলীপুখুৰী সংযোগী (Connected to Nunmati-Dighalipukhuri) এই অত্যাধুনিক উৰণ সেতুখন (Fly over) মুকলি কৰে। এই উৰণ সেতুখন নিৰ্মাণত ব্যয় হৈছে ৮৫০ কোটি টকা (Expenditure Rs 50 crore)। উল্লেখযোগ্য যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে প্ৰায় ২৮ মাহত এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়াইছে।

ghy3 | ASSAM TIMES POST
মুকলি হ’ল দীঘলীপুখুৰী-নুনমাটি সংযোগী উত্তৰ-পূবৰ সৰ্বাধিক দৈৰ্ঘ্যৰ উৰণ সেতু ‘মহাৰাজ পৃথু উৰণ সেতু’

উল্লেখযোগ্য যে আজি উদ্বোধনৰ পিছত এই উৰণ সেতুৰ দুটা অংশ চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ তিনিদিনৰ বাবে ৱাকিং জ’ন হৈ থাকিব। আনহাতে, পৰৱৰ্তী সময়ত উলুবাৰী-গুৱাহাটী ক্লাবৰ সৈতে আৰু চানমাৰি-ৰাজগড়ৰ সৈতে উৰণ সেতুখন সংযোগ কৰা হ’ব।

ghy4 | ASSAM TIMES POST

উল্লেখযোগ্য যে ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনত ১১৯ স্পান ষ্টীল গাডাৰ ব্যৱহাৰ কৰা হৈছে। লোক নিৰ্মাণ বিভাগৰ অধীনত গৌতম কনষ্ট্ৰাকচন কোম্পানী লিমিটেড আৰু অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড কোম্পানী দুটাই যুটীয়াভাৱে ৪.৫ এই উৰণ সেতুখন নিৰ্মাণ কৰিছে। এই উৰণ সেতুখন নিৰ্মাণৰ বাবে ৩ বছৰ সময় ধাৰ্য কৰা হৈছিল যদিও তাৰ পূৰ্বেই অভিলেখ সময় মাত্ৰ ২৮ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। উল্লেখযোগ্য যে উৰণ সেতুখনৰ চানমাৰিত এটা ৰ’টাৰী পইণ্ট নিৰ্মাণ কৰা হৈছে আৰু তাত অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয় উপস্থাপন কৰা হ’ব।

ghy | ASSAM TIMES POST

আন এক উল্লেখযোগ্য কথা হৈছে যে উৰণ সেতুখনৰ সৌন্দৰ্যবৰ্ধনৰ ঠিকা লাভ কৰিছে এগৰাকী মহিলাৰ এটা কোম্পানীয়ে। ‘জীয়ৰী লেণ্ডস্কেপিং কোম্পানী’ নামৰ এই কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে নম্ৰতা আগমাচাৰ্য। উৰণ সেতুখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় ২০ প্ৰজাতিৰ ৪০০০ গছপুলি ৰোপণৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে। উৰণ সেতুখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ঐতিহ্য আৰু উন্নয়নৰ যুগলবন্দী— মহাৰাজ পৃথু উৰণ সেতু। আজিৰ এই সময় গুৱাহাটী তথা অসমবাসীৰ বাবে সঁচাকৈয়ে এক গৌৰৱৰ ক্ষণ হিচাপে পৰিগণিত হ’ব৷ বহু আগ্ৰহেৰে বাট চাই ৰোৱা ৰাজ্যখনৰ সৰ্বাধিক দীঘল উৰণ সেতু মহাৰাজ পৃথু উৰণ সেতুখন আজি আপোনালোকৰ বাবে উছৰ্গা কৰিবলৈ পাই অতি আনন্দিত৷ অতি কম সময়ত সম্পূৰ্ণ হোৱা এই উৰণ সেতুখন কেৱল এখন সেতুৱেই নহয়, ই অসমৰ দ্ৰুত গতিত বিকাশ-উন্নয়নৰ আমাৰ নিৰৱধি যাত্ৰাৰ সংকল্পৰ প্ৰতীক।”

তেওঁ লগতে কয়, “মহান কামৰূপ নৃপতি মহাৰাজ পৃথুৰ স্বাভিমান, বীৰত্ব, সাহস আজি বুৰঞ্জীৰ পৃষ্ঠাত যিধৰণে লিপিবদ্ধ হৈছে, আমি সেই অধ্যায়ক আৰু কিছু আগুৱাই লৈ যাব বিচাৰি কামৰূপৰ অন্যতম শ্ৰেষ্ঠ ৰজাগৰাকীৰ নামত নামাংকিত কৰিলোঁ৷ সেইবাবে গুৱাহাটীত নিৰ্মিত এই উৰণ সেতুখনে আমাক সদায় সোঁৱৰাই থাকিব— অসমে ডাঙৰ সপোন দেখে, সাহসেৰে লক্ষ্য সাধন কৰে আৰু কোনো বাধাৰ সন্মুখত কেতিয়াও নত নহয়।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MaharajPrithuflyover
Share4Tweet3Send

Related Posts

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪
Guwahati

Bangladeshi detained : বিগত দুটা দিনত মেঘালয় হৈ ভাৰতত অনুপ্ৰৱেশ কৰা ১৭ বাংলাদেশী আটক, আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ ৪

by News Desk
October 8, 2026
60
Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

by News Desk
October 7, 2026
51
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
52
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
ADVERTISEMENT
JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক
National-International

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
51
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ
National-International

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
51
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026
51
INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল
National-International

INDIA protest : প্ৰতিবাদী সমদলতে দুই মহিলা কংগ্ৰেছীৰ মাজত হতাহতি, চৰ শোধোৱা ভিডিঅ’ ভাইৰেল

October 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

JNU professor terminates : যৌন নিৰ্যাতনৰ অভিযোগত বৰ্খাস্ত জেএনইউৰ অধ্যাপক

October 9, 2026
Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

Narendra Modi airport : ষ্টেডিয়ামৰ পিছত এইবাৰ বিমানবন্দৰ, প্ৰধানমন্ত্ৰী মোদীৰ নামেৰে নামকৰণ নয়ডা বিমানবন্দৰ

October 9, 2026
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

October 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d